DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলীয়াপানীত আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পলায়ন কৰা গাড়ীলৈ গৌৰীসাগৰ আৰক্ষীৰ গুলীচালনা

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
June 28, 2021 9:17 am
police fire on car

ফটো: নৰ্ইষ্ট নাও।

231
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কলীয়াপানীত যোৱা নিশা সংঘটিত হয় এক গুলীচালনাৰ ঘটনা‌।

জানিব পৰা মতে, কালি শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাই নিজ এলেকাত এএছ ০৫ ৪৫৫০ নম্বৰৰ এখন মাৰুতি ৮০০ ৰাখিবলৈ সংকেত দিয়াত চালকে বাহনখন নৰখাই ৩৭নং ৰাষ্ট্ৰীয় পথেৰে যোৰহাটৰ দিশে তীব্ৰ গতিৰে পলায়ন কৰে।

গৌৰীসাগৰ আৰক্ষীয়ে থানাৰ গাড়ীৰে মাৰুতি ৮০০ ৰ পিছ লয়। গৌৰীসাগৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত যোৰহাট জিলাৰ টীয়ক আৰক্ষীক অৱগত কৰে আৰু টীয়ক আৰক্ষীয়ে থানাৰ সন্মুখত বেৰিকেড স্থাপন কৰে।

আনহাতে, মাৰুতি কাৰৰ চালকে তীব্ৰ বেগেৰে আহি কলীয়াপানী আউনীআটি সত্ৰৰ পথেদি পলায়নৰ চেষ্টা কৰে যদিও গৌৰীসাগৰ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাত গাড়ীখন ৰখাবলৈ বাধ্য হয়।

অৱশ্যে কলিয়াপানীৰ সমীপত মাৰুতি কাৰখনৰ আগৰ চকা ব্ৰাষ্ট হোৱাত ৰৈ যায় গাড়ী খন।

গৌৰীসাগৰ আৰক্ষীয়ে গাড়ী চালক টীয়ক হাঁহচৰা চাংমাই গাঁৱৰ ধ্ৰুৱজ্যোতি গগৈক বাহন সহ আটক কৰিছে।

চালকজনে প্ৰকাশ কৰা মতে আৰক্ষীয়ে ৰ’বলৈ কোৱাত শংকিত হৈহে তেওঁ  পলায়ন কৰিছিল। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে সবিশেষ জানিব পৰা যাব।

Recent News

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

মহাবিদ্যালয়ৰ অধ্যাপক নিযুক্তি: কৰ্মৰত অধ্যাপকৰ পুনৰ আবেদন, শংকিত চাকৰি প্ৰত্যাশী প্ৰাৰ্থী

AAP Delhi liquor scam

সুৰা কেলেংকাৰীৰ পৰা আহৰণ কৰা ধন ব্যয় হৈছিল গোৱা নিৰ্বাচনত! আপৰ বিৰুদ্ধে বিস্ফোৰণ এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

২০২৩ চনত বহু মেটা কৰ্মীয়ে হেৰুৱাব চাকৰি: সতৰ্ক কৰি দিলে স্বয়ং মাৰ্ক জুকাৰবাৰ্গে

Himanta Biswa Sarma on Child Marriage

বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি: কাইলৈৰ পৰা গ্ৰেপ্তাৰ হ’ব বাল্যবিবাহৰ লগত জড়িত লোক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd