• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধাৰাবাহিক শ্বেয়াৰৰ পতন! বিশ্বৰ ধনীৰ তালিকাত ২৪ নম্বৰলৈ নামিল আদানী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2023 7:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৌতম আদানী বিশ্বৰ ধনী লোকৰ তালিকাত ক্ৰমে তললৈ আহি আছে। এসময়ত ভাৰতীয় কোটিপতিজনে আম্বানীক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত তৃতীয় স্থান লাভ কৰিছিল। যোৱা ২৫ দিনত সেই আসন খহি পৰিছে। আদানী এতিয়া ধনী তালিকাৰ শীৰ্ষ ১০ ত নাই। দেওবাৰে প্ৰকাশিত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকা অনুসৰি আদানি ২৪ নম্বৰলৈ নামি আহিছে।

যোৱা ২৫জানুৱাৰীত আদানী ফৰ্বছ তালিকাত বিশ্বৰ তৃতীয় ধনী ব্যক্তি আছিল। ব্লুমবাৰ্গৰ বিলিয়নেয়াৰ ইণ্ডেক্সে কৈছে ২৫ তাৰিখে সন্ধিয়া ৫ বজাত আদানিৰ সম্পত্তিৰ মূল্য আছিল ১১৯ বিলিয়ন ডলাৰ অৰ্থাৎ ১১,৯০০ কোটি ডলাৰ। ইয়াৰ পিছত, আমেৰিকান কোম্পানী হিণ্ডেনবাৰ্গৰ ৰিচাৰ্ছৰ বিতৰ্কিত প্ৰতিবেদন প্ৰকাশিত  হয়। য’ত কোম্পানীটোৱে আদানীক ৰিগিং আৰু জালিয়াতিৰে শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰাৰ অভিযোগ কৰিছিল।

ইয়াৰ পিছত আদানীৰ শ্বেয়াৰৰ মূল্যৰ অভিলেখ পতন আৰম্ভ হয়। যাৰ পৰা ঘূৰি অহাৰ কোনো উপায়ে আদানীৰ বাবে কামত অহা নাই। ফলস্বৰূপে, যোৱা ২৫ দিনত আদানীৰ সম্পত্তি এক ধাক্কাত আধাতকৈও অধিক হ্ৰাস হৈ ৫,০০০ কোটি ডলাৰৰ তললৈ গৈছে।

Apply Now

দেওবাৰে পুৱা ফৰ্বছৰ ধনী তালিকা অনুসৰি আদানীৰ সম্পদৰ মূল্য ৪,৯৭০ নিযুত ডলাৰলৈ হ্ৰাস পাইছিল। স্বাভাৱিকতে, ই বিশ্বৰ ধনী তালিকাত আদানীৰ স্থানৰ ওপৰত প্ৰভাৱ পেলাইছে।

বিগত ২৫ দিনত আদানী গ্ৰুপে শ্বেয়াৰ বজাৰত নিজৰ উত্থানৰ বাবে কম চেষ্টা কৰা নাই। তেওঁ ঋণ পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁ ঋণৰ কিছু অংশও পৰিশোধ কৰিছিল। ইয়াৰ লগতে তেওঁ যোৱা তিনি মাহৰ লাভৰ হিচাপ ৰাজহুৱা কৰিছে। অৱশেষত আদানীয়ে নিজেই এটা আশ্বাস দিছিল। তেওঁ বিভিন্ন যুক্তি দি আদানী গ্ৰুপৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহো অস্বীকাৰ কৰিছে। কিন্তু একো লাভ হোৱা নাই। ইয়াৰ মাজতে আদানি গ্ৰুপৰ শ্বেয়াৰৰ মূল্য সামান্য বৃদ্ধি পাইছিল যদিও তাৰপিছত পুনৰ নামি আহিছে।

মুখ্যতঃ সাগৰবন্দৰ, বিমানবন্দৰ আৰু বিদ্যুৎ উৎপাদন কোম্পানীৰ ব্যৱসায়ত জড়িত আদানী ১৯৮০ ৰ দশকৰ পৰাই ব্যৱসায়ত আছে। অৱশ্যে, তিনি বছৰ আগতে আদানিৰ সম্পত্তিৰ মূল্য আছিল ৮৯০ কোটি ডলাৰ। কিন্তু তাৰ পিছত সেয়া ৰকেটৰ গতিত বৃদ্ধি পায়।

২০২১ চনত আদানীৰ সম্পত্তিৰ মুঠ মূল্য ৪,০০০ কোটি ডলাৰত উপনীত হৈছিল। পৰৱৰ্তী বছৰত, ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত এই সম্পদ প্ৰায় দুগুণ হৈ পৰে। ৮,৮৫০ কোটি ডলাৰৰ মুঠ সম্পত্তিৰ সৈতে আদানী প্ৰথমে এছিয়াৰ তৃতীয় আটাইতকৈ ধনী ব্যক্তি হয়। তাৰ পিছত তেওঁ বিশ্বৰ আটাইতকৈ ধনী তালিকাত ৩ নম্বৰ লৈ উঠে। অৱশ্যে, অৰ্থনীতিবিদসকলে ধাৰণা  কৰে যে ৰকেটৰ গতিত বৃদ্ধি পোৱা আদানীৰ পতনো একে গতিতে আৰম্ভ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am
জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am
জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd