• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ ব্যক্তিগত অনুদান গৌতম গম্ভীৰৰ পৰিয়ালৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 21, 2021 6:00 pm

1 min read

Gautam Gambhir

গৌতম গম্ভীৰ

199
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনিং বেটছমেন তথা দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰ আৰু তেওঁৰ পৰিয়ালে অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ বাবে এক কোটি টকা বৰঙণি হিচাপে আগবঢ়ায়।

‘‘এটা সৰ্বাঙ্গসুন্দৰ ৰাম মন্দিৰ আমাৰ সকলো ভাৰত বাসীৰ বাবে এক সপোন। অৱশেষত দীৰ্ঘদিনীয়া বিষয় এটাৰ সফল নিষ্পত্তি হ’ল,’’ গৌতম গম্ভীৰে কয়।

পূৰ্বে দিল্লী বিজেপিয়ে অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ বাবে অনুদান সংগ্ৰহৰ অৰ্থে ১ ফেব্ৰুৱাৰিৰ পৰা সমগ্ৰ ৰাজ্য জুৰি এট অভিযান আৰম্ভ কৰিব বুলি ঘোষণা কৰিছিল।

দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও ইয়াৰ পূৰ্বে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুদান আগবঢ়াইছিল।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ১৪ জানুৱাৰিত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৫,০০,১০০ টকা বৰঙণি হিচাপে আগবঢ়ায়।

ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ এটা দলে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ সাহায্যৰ বাবে ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰাৰ পাছতে কোবিন্দে ৰাম মন্দিৰৰ বাবে বৰঙণি আগবঢ়ায়।

ৰাষ্ট্ৰপতি কোবিন্দে নিজৰ ব্যক্তিগত একাউণ্টৰ পৰা ৰাম মন্দিৰ নিৰ্মাণৰ অৰ্থে এই সাহায্য আগবঢ়ায়।

ৰাষ্ট্ৰপতি কোবিন্দক সাক্ষাৎ কৰা দলটোত বিশ্ব হিন্দু পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্য্যবাহী সভাপতি অলক কুমাৰ, ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ ট্ৰেজাৰাৰ গোবিন্দ দেৱ গিৰি আৰু প্ৰাক্তন কূটনীতিবিদ নৃপেন্দ্ৰ মিশ্ৰ উপস্থিত আছিল।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd