• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জানেনে আমেৰিকাৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ হৈ পৰা কমলা হেৰিছৰ স্বামী ড’গলাছ এমহ’ফ কোন?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2020 10:16 am
images

স্বামী ড'গলাছ এমহ'ফৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি পদৰ ডেম'ক্ৰেট প্ৰাৰ্থী কমলা হেৰিছ। ফটো: ফেচবুক

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ ডেম’ক্ৰেট প্ৰাৰ্থী জো বিডেনৰ লগতে উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে যোৱা বুধবাৰে সন্মুখলৈ আহে কমলা হেৰিছৰ নাম।

কমলা হেৰিছে উইলমিংটনৰ এক অনুষ্ঠানত সদৰী কৰিছে যে তেওঁৰ বাবে তেওঁৰ পৰিয়ালৰ গুৰুত্ব অপৰিসীম।

Apply Now

তেওঁ স্বামী ড’গলাছ এমহ’ফৰ লগতে সন্তান কোলে আৰু এলাৰ পৰিচয়ো দাঙি ধৰে।

সেই একেখন মঞ্চতে হেৰিছৰ স্বামী ড’গলাছ এমহ’ফেও উপৱিষ্ট হৈ সকলোকে অভিবাদন জনায়।

হেৰিছৰ সমৰ্থকসকল এমহ’ফৰ বিষয়ে ভালকৈয়ে অৱগত আৰু তেওঁলোকে দেখিছে কেনেকৈ তেওঁ পত্নীৰ ৰাষ্ট্ৰপতি পদৰ বাবে দৌৰত অতি উৎসাহেৰে সহযোগ কৰিছে।

জো বিডেনে কমলা হেৰিছৰ নাম তেওঁৰ ৰাণিং মেট হিচাপে ঘোষণা কৰাৰ পাছতে তেওঁৰ উৎসাহ প্ৰকাশ কৰি টুইট কৰে।

ড’গলাছ এমহ’ফ গ্ল’বেল আইনী সংস্থা DLA পাইপাৰৰ এগৰাকী পাৰ্টনাৰ আৰু মনোৰঞ্জনমূলক বিষয়ক আইন সম্পৰ্কীয় বৌদ্ধিক সম্পত্তিৰ বিষয়ক বিশেষজ্ঞ। তেওঁ নিজৰ অধিকাংশ সময় লছ এঞ্জেলছ আৰু ৱাশ্বিংটন ডিচিৰ মাজতে কটাই আহিছে।

তেওঁ ছাউথাৰ্ণ কেলিফ’ৰ্ণিয়া য়ুনিভাৰ্ছিটিৰ গ’উলড্ স্কুল অফ ল’ৰ পৰা আইন স্নাতক হোৱাৰ পাছত নব্বৈৰ দশকৰ শেষলৈ নিজেই প্ৰতিষ্ঠাতি হোৱাৰ আগলৈকে এখন স্থানীয় ফাৰ্মত কাম কৰিছিল।

তেওঁ ২০০০চনত নিজৰ সংস্থা মুকলি কৰে যিটো পাছত ২০০৬চনত ভেনেবলে লয়। ২০১৭চনত তেওঁ ভেনেবল ত্যাগ কৰি DLA পাইপাৰৰ এগৰাকী পাৰ্টনাৰ হিচাপে যোগদান কৰে।

ড’গলাছ এমহ’ফ আৰু কমলা হেৰিছৰ প্ৰথম সাক্ষাত হৈছিল ২০১৩চনত। ইয়াৰ এবছৰ পাছতে দুয়ো এক অনুষ্টুপীয়া অনুষ্ঠানৰ জৰিয়তে বিবাহপাশত আৱদ্ধ হয়।

তেওঁলোক দুয়োগৰাকীয়ে ইজনে সিজনৰ সংস্কাৰৰ প্ৰতি শ্ৰদ্ধা ৰাখিছিল। বিয়াত এমহ’ফে হিন্দু পৰাম্পৰা অনুসৰি এডাল মালা পৰিধান কৰিছিল আৰু কমলা হেৰিছেও ইহুদী পৰম্পৰা অনুসৰি এট গিলাচ ভাঙিছিল।

এমহ’ফৰ প্ৰথম বিবাহৰ ফালৰ পৰা দুটা সন্তান আছে-কোলে আৰু এলা। এই দুয়োটিকে হেৰিছে মৰমতে ‘ম’মালা’ বুলি মাতে কিয়নো তেওঁলোকে ‘মাহীমাক’ শব্দটো পছন্দ নকৰে।

এমহ’ফে যোৱা বছৰ এক সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ পত্নীৰ ৰাজনৈতিক জীৱন আছিল ‘অন্তহীন আকৰ্ষণ’।

অহা ৩ নৱেম্বৰত ৰাষ্ট্ৰপতি নিৰ্বাচনত জো বিডেন বিজয়ী হ’লে ভাৰতীয় মূলৰ কমলা হেৰিছ উপ ৰাষ্ট্ৰপতি হোৱাটো নিশ্চিত। আৰু সেয়া হ’লে কমলা হেৰিছৰ স্বামী ড’গলাছ এমহ’ফ হ’ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রথমগৰাকী ‘ছেকেণ্ড জেন্টেলমেন’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd