• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুলাম নবী আজাদৰ নতুন ‘কাশ্মীৰ ফাইল’! ‘হিন্দুৰ পৰা ধৰ্মান্তৰিত হৈয়ে ভাৰতলৈ আহিছিল মুছলমান’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2023 6:19 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন কংগ্ৰেছ নেতা গুলাম নবী আজাদৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছে। ভাৰতৰ ইতিহাসত হিন্দু বা মুছলমান ধৰ্মৰ ধাৰাবাহিকতাৰ ওপৰত তেওঁ তাত আলোকপাত কৰিছে। বহুতৰ মতে প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীৰ কণ্ঠৰ সুৰ প্ৰায় বিজেপি আৰু আৰএছএছৰ দৰেই। তেওঁৰ মতে সকলোৱে এই দেশত হিন্দু হিচাপেই জন্ম লৈছিল।

তেওঁ কয় যে ইছলাম ১৫০০ বছৰ আগতেই আহিছিল। কিন্তু হিন্দু ধৰ্ম অধিক প্ৰাচীন। কিছুমান মুছলমান হয়তো বাহিৰৰ পৰা আহি মোগল সেনাবাহিনীত সেৱা আগবঢ়াইছিল। তাৰ পিছত বহুতে হিন্দু ধৰ্মৰ পৰা মুছলমানলৈ ধৰ্মান্তৰিত হ’ল।

লগতে পঢ়ক: শিশুৰ কাৰণে দূৰদৰ্শনৰ পৰ্দা একেলেঠাৰিয়ে কিমান দেৰি চাই থকাটো স্বাস্থ্য সন্মত?

Apply Now

ভিডিঅ’টোত তেওঁ কোৱা শুনা যায় যে কাশ্মীৰত এটা স্পষ্ট ছবি দেখা গৈছে। ৬০০ বছৰ আগতে মূলতঃ কাশ্মীৰী পণ্ডিত আছিল। পিছলৈ বহুতে ইছলাম ধৰ্ম গ্ৰহণ কৰে। এই দৃষ্টিকোণৰ পৰা মই অনুভৱ কৰোঁ যে সকলো মূলতঃ হিন্দু ধৰ্মৰ ভিতৰত আছিল। কিন্তু এইটো মানি ল’ব লাগিব যে হিন্দু, মুছলমান, ৰাজপুত, ব্ৰাহ্মণ, দলিত, কাশ্মীৰী বা গুজ্জাৰ আমি সকলোৱে এই ভূমিৰ অংশ। আমাৰ শিপা এই মাটিতে আছে। এই ভূমিলৈ আমি বাৰে বাৰে উভতি আহিম।

তাৎপৰ্যপূৰ্ণভাৱে, গুলাম নবী আজাদৰ যেন নতুন কাশ্মীৰৰ ফাইল। তেওঁৰ মতে কাশ্মীৰী পণ্ডিতৰ এটা অংশই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। সকলোৱেই জন্মসূত্ৰে  হিন্দু ধৰ্মৰ পৰা আহিছে।

Former Congress leader Ghulam Nabi Azad-

Hindu Religion is much older than Islam in India. Muslims in our country are because of Conversion from Hindus and in Kashmir all Muslims were converted from Kashmiri Pandits. Everybody is born in Hindu Dharma only. pic.twitter.com/trWqUyFzrs

— Megh Updates 🚨™ (@MeghUpdates) August 16, 2023

স্বাভাৱিকতে দেশৰ ৰাজনীতিত তোলপাৰ লগাইছে গোলাম নবী আজাদৰ এই বক্তব্যই। বিগত দিনত তেওঁ কংগ্ৰেছ নেতা হিচাপে পৰিচিত আছিল। অৱশ্যে যোৱা বছৰৰ আগষ্ট মাহত তেওঁ কংগ্ৰেছ ত্যাগ কৰিছিল। কিন্তু দলত থকাৰ সময়তো তেওঁ বাৰে বাৰে শাসকীয় কংগ্ৰেছ গোটৰ বিৰুদ্ধে মাত মাতিছিল। কিন্তু এইবাৰ তেওঁৰ মাতত আহিছে বেলেগ এটা সুৰ। সন্মুখত আছে লোকসভা নিৰ্বাচন। তাৰ আগতে তেওঁৰ বক্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিভিন্ন জল্পনা-কল্পনা। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd