• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰ্বত শিখৰৰ শিলত উঠি প্ৰেমৰ প্ৰস্তাৱ যুৱকৰ, সঁহাৰি জনাবলৈ লওঁতেই যুৱতী পিচলি পৰিল তললৈ, তাৰপিছত…

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2021 3:32 pm
a girl
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাবিছিল মনে বিচৰা ছোৱালী জনীক অলপ বেলেগ ধৰণে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াব।

সেই মতে যুৱতীক যুৱকে লৈ গৈছিল পৰ্বত শিখৰৰ এটা শিলৰ ওপৰলৈ।

Apply Now

শিলটোৰ ওপৰত উঠি নাটকীয় ভংগীমাৰে যুৱকে প্ৰেমৰ প্ৰস্তাৱ দিলে যুৱতীক।

যুৱকৰ মুখৰ পৰা প্ৰেমৰ প্ৰস্তাৱ পাই আনন্দত আত্মহাৰা হৈ পৰিল যুৱতী।

যুৱকৰ দৰেই নাটকীয় ভংগীমাৰ যুৱকৰ প্ৰেমৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাবলৈ লওতেই ঘটি গ’ল মহা অঘটন।

ভৰি পিচলি যুৱতী পৰি গ’ল শিলটোৰ পৰা তললৈ।

আচম্বিতে ঘটি যোৱা ঘটনাত হতচকিত হৈ পৰা যুৱকে কি কৰিব কি নকৰিব একো ধৰিব নোৱাৰি চিধাই জাঁপ দিলে তললৈ।

উদ্দেশ্য প্ৰেয়সীক উদ্ধাৰ কৰা। কিন্তু ইমান তললৈ সৰি পৰা যুৱতীক কোনো প্ৰকাৰে উদ্ধাৰ কৰাৰ সাধ্য নাছিল যুৱকৰ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে অষ্ট্ৰিয়াত।

অষ্ট্ৰিয়াৰ ফালকাৰ্ট পৰ্বতৰ শিখৰত প্ৰেমৰ প্ৰস্তাৱ দিবলৈ গৈয়েই সংঘটিত হয় এই অঘটন।

কিন্তু কথাতে আছে সকলো শেষ হৈ যোৱা বুলি ভাবিলেও বহু সময়ত সকলো শেষ নহয়।শেষ হওঁ হওঁ হ’বলৈ লৈয়ো যেন কিছু ৰৈ যায়।

অষ্ট্ৰিয়াৰ প্ৰেমিক যুগলৰ ক্ষেত্ৰতো তেনেই হ’ল।শিলৰ পৰা প্ৰায় ২০০ মিটাৰ তললৈ বাগৰি পৰাৰ পিছতো যুৱতী গৰাকী পৰ্বতৰ বৰফৰ দলিচাত গৈ আৱদ্ধ হৈ ৰ’ল।

যুৱতীক উদ্ধাৰ কৰিবলৈ যোৱা যুৱকজনো শিলটোৰ পৰা জঁপিয়াই দিয়াৰ পিছতে প্ৰায় ৫০ মিটাৰ গৈ পৰ্বতৰ ভাঁজ এটাত ওলমি ৰ’ল।

এই সমগ্ৰ দৃশ্য প্ৰত্যক্ষ কৰি থকা কেইজন মান লোকে লগে লগে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰে।

মৃত্যুক কাষৰ পৰা দেখা পোৱা যুৱক –যুৱতী হালে নৱজীৱন লাভ কৰি আনন্দ মনেৰে ঘৰমুৱা হ’ল।

যাওঁতে উদ্ধাৰকাৰী আৰক্ষীৰ লোকসকলৰ লগতে আৰক্ষীক খবৰ দিয়া লোক কেইজনক কৈ গ’ল—‘আমাৰ বিয়ালৈ কিন্তু আপোনালোক নহাকৈ নাথাকিব’।ইয়াকে কয় ৰাখে হৰি মাৰে কোনে…

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd