• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেজপুৰৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজিত ৰাষ্ট্ৰীয় অভিযন্তা দিৱস পালন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2018 8:09 pm
engineers-day
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে উত্তৰ অসমৰ অগ্ৰণী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজি, তেজপুৰত ১৫ ছেপ্টেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় অভিযন্তা দিৱস উদযাপন কৰা হয়। ভাৰতীয় অভিযান্ত্ৰিক বিদ্যাৰ পিতৃপুৰুষ, ভাৰত ৰত্ন ছাৰ মোক্ষগোণ্ডম বিশ্বেশৰায়ৰ জন্মজয়ন্তী উপলক্ষে প্ৰতি বছৰৰ দৰে এইবাৰো অায়োজিত এই অনুষ্ঠানত তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰা হয়।

বন্তি প্ৰজ্বলনৰ পিছতে ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ সহকাৰী অধ্যাপিকা প্লাৱিতা বৰুৱাই ছাৰ বিশ্বেশৰায়ৰ জীৱন পঞ্জী চমুৱাই বৰ্ণনা কৰে। মহাবিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক তথা বিশিষ্ট বিজ্ঞান লেখক ড০ ৰমেশচন্দ্ৰ গোস্বামীয়ে বিশ্বেশৰায়ৰ কৃতি অাৰু ৰাষ্ট্ৰলৈ তেওঁৰ অৱদান সম্পৰ্কে অালোকপাত কৰে।

Apply Now

তেওঁৰ পিছতে ‘গাওঁ কা খানা’ শীৰ্ষক প্ৰকল্পৰ জৰিয়তে ৰাষ্ট্ৰীয় অাৰু অান্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত হোৱা শিৱসাগৰৰ উদ্যমী যুৱক হিৰণ্ময় গগৈয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ অাগত ভাষণ অাগ বঢ়ায়। স্ব-নিৰ্ভৰশীলতা, অাত্মোৎকৰ্ষণ তথা ব্যৱসায়ৰ অাৰম্ভণি অাৰু প্ৰসাৰ, প্ৰচাৰৰ বাবে অাৱশ্যকীয় অৰ্হতা আদিক সামৰি দিয়া গগৈৰ ভাষণে উপস্থিত সকলোকে বেছ অাপ্লুত অাৰু উদ্বুদ্ধ কৰে।

তাৰ পিছত বিভিন্ন স্কুল-কলেজৰ পৰা অহা প্ৰতিযোগীসকলৰ মাজত অসম ভিত্তিক এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাৰ অাৰম্ভণিতে জি অাই এম টি, তেজপুৰৰ অধ্যক্ষ ড০ বুলজিৎ বুঢ়াগোহাঁয়ে প্ৰতিযোগীসকলক অাদৰণি জনায়। ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত এনে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ অাৱশ্যকতা সম্পৰ্কে তেওঁ চমুৱাই ভাষণ অাগ বঢ়ায়।

বিশিষ্ট কুইজাৰ অাশুতোষ দাসে অাঁত ধৰা অাকৰ্ষণীয় প্ৰতিযোগিতাখনত ক্ৰমে তেজপুৰ বিশ্ববিদ্যালয়ৰ বিশ্বজিৎ সাহা অাৰু দেৱাশিস বশিষ্ঠই প্ৰথম, প্ৰবিতজ্যোতি কলিতা অাৰু ঋত্বিক কুমাৰে দ্বিতীয়, কুমাৰ অভিজিৎ সিং অাৰু মুনীন্দ্ৰনাথ হাজৰিকাই তৃতীয় স্থান দখল কৰে। বিজয়ী প্ৰতিযোগীসকলক মানপত্ৰ অাৰু ধনৰাশি প্ৰদানৰ লগতে সকলো প্ৰতিযোগীক মানপত্ৰ প্ৰদানেৰে অনুষ্ঠানৰ সফল সামৰণি মৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd