DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জিআইএমটি, তেজপুৰৰ উদ্যোগত অসম ভিত্তিক ৰচনা প্ৰতিযোগিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2018 8:33 pm
download
307
VIEWS
Share on FacebookShare on Twitter

তেজপুৰস্থিত অগ্ৰণী অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান  ‘জিআইএমটি, তেজপুৰৰ উদ্যোগত অসম ভিত্তিক এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নৱম শ্ৰেণীৰ পৰা দ্বাদশ  পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰিব পৰা উক্ত ৰচনা প্ৰতিযোগিতাৰ বিষয়  ইংৰাজী ভাষাত ‘Role of Technology in National Progress’ আৰু অসমীয়া ভাষাত  ‘ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ ভূমিকা’।

ইচ্ছুক প্ৰতিযোগীসকলে অসমীয়া বা ইংৰাজীৰ যিকোনো এটা ভাষাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। ৰচনাসমূহ ১৫০০-২০০০ শব্দৰ ভিতৰত সীমাবদ্ধ ৰাখিব লাগিব। প্ৰেৰণ কৰা ৰচনাসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰতিযোগীসকলৰ নাম, ঠিকনা, শিক্ষানুষ্ঠানৰ নাম, শ্ৰেণী, ইমেইল ঠিকনা আৰু ফোন নম্বৰ উল্লেখ থকাটো প্ৰয়োজনীয়।

ৰচনাখনৰ শেষ পৃষ্ঠাত প্ৰতিযোগীসকলে নিজৰ স্বাক্ষৰ সম্বলিত ৰচনাখনৰ মৌলিকতা সম্বন্ধে স্বঘোষিত এক পত্ৰ প্ৰেৰণ কৰিব লাগিব। অনলাইন পদ্ধতিৰে জমা দিব বিচৰা ৰচনাসমূহ পিডিএফ (PDF) ফৰমেটত [email protected] ই-মেইল যোগে প্ৰেৰণ কৰিব পাৰিব।

ডাকযোগে পঠাব বিচাৰিলে পৰিস্কাৰ হাতৰ আখৰেৰে Co-ordinator, Essay Competition, GIMT Tezpur, Kunderbari, Dekargaon, Sonitpur, PIN- 784501, Assam ঠিকনাত প্ৰেৰণ কৰিব পাৰিব।

ৰচনাসমূহ জমা দিয়াৰ শেষ তাৰিখ ৩০ জানুৱাৰী, ২০১৯। বিজয়ী প্ৰতিযোগীসকলক আকৰ্ষণীয় ধনৰাশি আৰু মানপত্ৰ সহিতে পুৰস্কৃত কৰা হ’ব বুলি আয়োজক মণ্ডলীয়ে জানিবলৈ দিছে। আগ্ৰহী প্ৰতিযোগীয়ে অধিক তথ্যৰ বাবে ৯৮৬৪০৪৪০১৩, ৯৭০৬৫৯২৯৬১ এই দুটা ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।

Recent News

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd