• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষাবৰ্ষ আৰম্ভ হ’ব গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত, UGCৰ সেউজ সংকেট লাভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2022 5:18 pm
Girijanand Chowdhury University
146
VIEWS
Share on FacebookShare on Twitter

নতুনকৈ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা অসমৰ নৱতম বিশ্ববিদ্যালয় গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰম্ভ স্নাতকোত্তৰৰ শিক্ষাবৰ্ষ। এক জাননী যোগে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে এই কথা সদৰী কৰিছে।

বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে জাৰি কৰা জাননীত কোৱা হৈছে যে UGCৰ ২২ নং ধাৰা অনুসৰি আয়োগৰ বিধিগত পৰিষদৰ অনুমোদিত ডিগ্ৰীসমূহ গিজিৰানন্দ চৌধুৰী বিশ্ববিদ্যালয় প্ৰদান কৰিব।

অৰ্থাৎ UGCৰ মতে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে নিজৰ আন্তঃগাঁথনি আৰু শৈক্ষিক মানদণ্ড ৰক্ষা কৰি শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাৰ ডিগ্ৰী প্ৰদান কৰিব পাৰিব।

অৱশ্যে UGCএ এইটো স্পষ্ট কৰি দিছে যে বিশ্ববিদ্যালয়খনে ৰাজ্যৰ ভৌগোলিক অধিকাৰক্ষেত্ৰৰ ভিতৰতহে, বাহিৰত অফ-কেম্পাছ অধ্যয়ন কেন্দ্ৰ স্থাপন কৰিব নোৱাৰিব লগতে অন্য মহাবিদ্যালয় বা শিক্ষানুষ্ঠানৰ সৈতে শৈক্ষিকভাৱে জড়িত হ’ব নোৱাৰিব।

উল্লেখ্য যে অসম বিধানসভাই অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ কাৰিকৰী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট(GIMT)ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰিছিল। ইয়াৰ পাছতে বিশ্ববিদ্যালয় অনুদান আয়োগে GIMTক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰে।

বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰাৰ পাছতে এতিয়া বিশ্ববিদ্যালয় অনুদান আয়োগে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে শিক্ষাবৰ্ষ আৰম্ভ কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd