• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চলন্ত গাড়ীত গণধৰ্ষণ এগৰাকী কিশোৰীক : তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 7, 2020 9:21 pm

1 min read

চলন্ত গাড়ীত গণধৰ্ষণ এগৰাকী কিশোৰীক : তিনি অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ
794
VIEWS
Share on FacebookShare on Twitter

যোগী আদিত্যনাথ শাসিত ৰাজ্য উত্তৰ প্ৰদেশত সংঘটিত হৈছে অন্য এক গণধৰ্ষণৰ ঘটনা।

ঘটনাৰ বিৱৰণীৰ মতে উত্তৰ প্ৰদেশৰ বুলানদশৰ জিলাৰ চাট্টাৰী চহৰত এখন চলন্ত গাড়ীত ১৭ বছৰীয়া এগৰাকী কিশোৰীক গণধৰ্ষণ কৰে তিনিজন লোকে।

কিশোৰী গৰাকীয়ে স্থানীয় আৰক্ষীক জনোৱা মতে যোৱা ৩ ডিচেম্বৰত কিছু কামৰ বাবে ঘৰৰ পৰা ওলাই যাওঁতে লোক তিনিজনে বলপূৰ্বকভাৱে ধৰি গাড়ীত উঠাই নি ধৰ্ষণ কৰে।

লোককেইজনে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ লগতে ভিডিঅ’ ৰেকিডঙো কৰে আৰু ধৰ্ষণৰ বিষয়ে কাকো অৱগত নকিৰবলৈ ভাবুকি প্ৰদান কৰে বুলিও কিশোৰীগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে।

অভিযোগ দাখিল কৰাৰ খবৰ পায় শনিবাৰে লোককেইজনে কিশোৰীগৰাকীৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকৰ আগতে কিশোৰীগৰাকীক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে।

পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত দেওবাৰে আৰক্ষীয়ে তিনি অভিযুক্তক ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ আৰু ৩৫৪ ধাৰা আৰু POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd