• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বন্ধুৰ স’তে ফোনত কথা পাতোতে আপত্তি কৰাৰ বাবে ভায়েকক ডিঙি চেপি হত্যা বায়েকৰ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2021 1:03 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজনী ১৫ বছৰীয়া ছোৱালীয়ে ইয়াৰফোন কেবলেৰে (earphone cable) ডিঙি চেপি হত্যা কৰিলে নিজৰ ৯ বছৰীয়া ভায়েকক।

উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাত সংঘটিত হৈছে এই শিহৰণকাৰী হত্যাকাণ্ড।

Apply Now

বাতৰি অনুসৰি, ছোৱালীজনীয়ে তাইৰ মোবাইল ফোনত এজন বন্ধুৰ স’তে বাৰ্তালাপ কৰি থকাৰ বাবে ভায়েকে আপত্তি দৰ্শায়।

যাৰ ফলত ধৈৰ্যচ্যুতি ঘটি ছোৱালীজনীয়ে ভায়েকক ডিঙি চেপি মাৰে।

ঘটনাটো সংঘটিত হৈছিল যোৱা সপ্তাহৰ বৃহস্পতিবাৰেই কিন্তু পোহৰলৈ আহে সোমবাৰে।

ছোৱালীজনীক মঙলবাৰে আৰক্ষীয়ে আটক কৰি কিশোৰ গৃহলৈ পঠিয়াই দিয়ে।

আৰক্ষীৰ ভাষ্য অনুসৰি, ঘৰত পিতৃ-মাতৃ নথকাৰ অৱস্থাত ছোৱালীজনীয়ে ঘণ্টা ঘণ্টাজুৰি মোবাইল ফোনত সময় পাৰ কৰে।

ভায়েকে কথাটো কিছুদিন পূৰ্বে পিতৃ-মাতৃক জনাইছিল, যাৰ ফলত ছোৱালীজনী ঘৰত গালি-গালাজৰ সম্মুখীন হৈছিল।

বৃহস্পতিবাৰে ঘৰত পিতৃ-মাতৃ নথকা অৱস্থাত পুনৰ তাই মোবাইলত বন্ধুজনৰ স’তে কথা পাতিব ধৰে আৰু ভায়েকে আপত্তি প্ৰদৰ্শন কৰে।

এজন আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি ভায়েকে আপত্তি প্ৰদৰ্শন কৰাৰ পাছতে দুয়োৰে মাজত সংঘাত হয়, ভায়েকে বায়েকক আক্ৰমণ কৰিবলৈ অগ্ৰসৰ হয়, কিন্তু অৱশেষত বায়েকে তাক ইয়াৰফোনেৰে ডিঙি চেপি হত্যা কৰে।

হত্যা কৰাৰ পাছত ৯ বছৰীয়া ল’ৰাটোক ঘৰত নাপাই মাক-দেউতাকক আৰক্ষীক খবৰ দিয়ে আৰু বিচাৰ খোচাৰ কৰে।

পাছদিনা, ঘৰৰ এটা গুদাম ঘৰৰ পৰা দুৰ্গন্ধ বিয়পি আহে আৰু যেতিয়া গুদামৰ দোৱাৰ খোলা হয়, ল’ৰাটোৰ মৃতদেহটো পোৱা যায়।

মৃতদেহটোৰ পেট, ডিঙি, হাতত আঘাতৰ চিন পোৱা গৈছে।

লগালগ দেউতাকে সন্দেহবসতঃ এজন চুবুৰীয়া লোকৰ ওপৰত এজাহাৰ দাখিল কৰে।

লোকজনক আৰক্ষীয়ে আটক কৰে।

অনুসন্ধানকালত পোৱা যায় যে ঘটনাটো সংঘটিত হোৱাৰ সময়ত চুবুৰীয়া লোকজন সেই স্থানত নাছিলেই।

তাৰপাছত ল’ৰাটোৰ বায়েকক যেতিয়া মাক-দেউতাক আৰু শিশু কল্যান বিষয়াৰ উপস্থিতিত আৰক্ষীয়ে জেৰা কৰে, তাই নিজৰ অপৰাধ স্বীকাৰ কৰি কয় যে তাই ভায়েকক হত্যা কৰিব বিচৰা নাছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd