• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত যৌন নিৰ্য্যাতনৰ ঘটনা; গোচৰ ৰুজু

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 7, 2019 7:48 pm
Guwahati- university students protest

ছাত্ৰীসকলৰ নিৰাপত্তাৰ দাবীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত আৰু বিশ্ববিদ্যালয়খনৰ ছাত্ৰী নিৱাসত থকা এগৰাকী ছাত্ৰীক যৌন নিৰ্য্যাতন কৰা ঘটনা এটা পোহৰলৈ আহিছে।

ভুক্তভোগী ছাত্ৰীগৰাকী নাগালেণ্ডৰ আৰু তেওঁ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানটোত আইন শাস্ত্ৰ পঢ়ি আছে। বিশ্ববিদ্যালয়খনৰ ৰাণী গাইডালু ছাত্ৰী নিৱাসৰ এগৰাকী আৱাসী।

Apply Now

ছাত্ৰীগৰাকীয়ে যোৱা ৫ জুনত সন্ধিয়া ৮:২০ বজাত লগৰ কেইগৰাকীৰ সৈতে সান্ধ্য ভ্ৰমণ কৰি ঘূৰি আহোতেই দুৰ্ভাগ্যজনক ঘটনাটো ঘটে।

ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ইতিমধ্যে এখন এজাহাৰ জালুকবাৰী আৰক্ষী চকীত দাখিল কৰিছে আৰু তাৰ ভিত্তিত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জনালে জালুকবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিৎ ডেকাই। ডেকাই অৱশ্যে গোচৰ নম্বৰ জনাবলৈ অস্বীকাৰ কৰে।

https://assam.nenow.in/wp-content/uploads/2019/06/FIR-GU-Student.jpeg

এজাহাৰখনত ছাত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে তেওঁ সতীৰ্থ ছাত্ৰীসকলৰ সৈতে সান্ধ্য ভ্ৰমণৰ পৰা ঘূৰি আহোতে এজন যুৱকে পিছফালৰ পৰা সাৱটি ধৰে আৰু তেওঁৰ “প্ৰাইভেট পাৰ্ট”ত হাত দিয়ে। অপৰাধী সম্পৰ্কত তেওঁ “অচিনাক্ত দুৰ্বৃত্ত” বুলি উল্লেখ কৰিছে।

ঘটনাটোৰ সময়ত ভুক্তভোগী ছাত্ৰীগৰাকীৰ লগত থকা এগৰাকী ছাত্ৰীৰ ভাষ্য, ঘটনাটো ঘটিছিল তেওঁলোক থকা হোষ্টেলটোৰ পৰা আধা কিলোমিটাৰৰ পৰা এক কিলোমিটাৰৰ ভিতৰত, যেতিয়া তেওঁলোকে সান্ধ্য ভ্ৰমণৰ পৰা ঘূৰি আহিছিল (বৰষুণৰ বাবে সোনকালে ঘূৰিছিল আটাইকেইগৰাকী)। সেই সময়তে কম পোহৰৰ সুযোগ লৈ (ষ্ট্ৰীট লাইট নাছিল) অচিনাক্ত যুৱকজনে (২২-২৫ বছৰ বয়সৰ, ছাত্ৰীগৰাকীৰ অনুমান) পিছফালৰ পৰা সতীৰ্থ ছাত্ৰীগৰাকীক সাৱটিবলৈ চেষ্টা কৰে।

“পিছে পিছে আহি থকা ল’ৰাটোৱে আমাক ধৰিব চালে। সি মোৰ লগৰজনীক পিছফালৰ পৰা সাৱটি ধৰিলে। আমি চিঞৰিলো আৰু তাই এৰুৱাই আহিল। আমি দৌৰিলো, আকৌ দৌৰিলো। দৌৰি আহোঁতে সি আকৌ পিছে পিছে আহিছে। পিছে পিছে আহি আকৌ ধৰি পেলাই দিছিল। আমি আকৌ দৌৰিলো… সেইখিনি আন্ধাৰ আছিল…।” এটা ব্যক্তিগত খণ্ডৰ সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকৰ আগত ভয়ংকৰ মুহূৰ্তটোৰ বিৱৰণ সতীৰ্থ ছাত্ৰীগৰাকীৰ।

ছাত্ৰীকেইগৰাকীয়ে জনোৱা মতে, ঘটনাটোৰ স্থান বিশ্ববিদ্যালয়ৰ মুখ্য দ্বাৰৰ সমীপৰ য়ু বি আই এ টি এম চেণ্টাৰৰ সমীপ।

সতীৰ্থ ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত দিয়া স্বীকাৰোক্তিৰ পৰা এইটো স্পষ্ট হৈছে যে বিশ্ববিদ্যালয়খনৰ ছাত্ৰী নিৱাসবোৰ আৰু ছাত্ৰী নিৱাসবোৰৰ আশ-পাশৰ অঞ্চল ছাত্ৰীসকলৰ বাবে নিৰাপদ হৈ থকা নাই।

ছাত্ৰীগৰাকীয়ে এনেকুৱা ঘটনা প্ৰায়ে ঘটি থকা বুলি আৰু লাজ আৰু অন্যান্য কাৰণত বহুতে মুখ নোখোলে বুলি গুৰুতৰ অভিযোগ কৰে।

বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

হোষ্টেলৰ এগৰাকী ছাত্ৰীক অচিনাক্ত দুৰ্বৃত্তই আন্ধাৰৰ সুযোগ লৈ যৌন নিৰ্য্যাতন কৰা ঘটনাৰ পিছত আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এটা প্ৰতিবাদী কাৰ্য্যসূচী উলিয়ায়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মুখত থিয় হৈ ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰীসকলৰ  নিৰাপত্তা নিশ্চিত কৰাৰ বাবে কৰ্তৃপক্ষক দাবী জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd