• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত বন্ধুৰ ঘৰত যুৱতীৰ মৃতদেহ; অত্যধিক ড্ৰাগছ লোৱা বুলি দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 18, 2019 10:10 pm
Ikshaku&Aparupa

ইক্ষাকু আৰু অপৰূপা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অত্যধিক ড্ৰাগছ সেৱনৰ ফলত মৃত্যু হোৱা বুলি প্ৰাথমিকভাৱে আৰক্ষীয়ে অনুমান কৰা এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে মহানগৰীৰ বন্ধুৰ ঘৰৰ বাথৰূমত।

মহানগৰীৰ ডাউন-টাউনৰ মথুৰা নগৰত সংঘটিত হোৱা ভয়ংকৰ কাণ্ডটোত আৰক্ষীয়ে ইতিমধ্যে জিম্মাত লৈ জেৰা কৰি আছে ঠাইখনৰ কৃষ্ণকান্ত সন্দিকৈ পথৰ নিৱাসী ইক্ষাকু দাস (৪০) নামৰ এজন যুৱকক।

Apply Now

দিচপুৰ আৰক্ষীয়ে দিয়া তথ্য মতে, মৃত অপৰূপা দাস (২২) নামৰ যুৱতীগৰাকী আজি যোৱানিশা ইক্ষাকুৰ ঘৰলৈ পাৰ্টী কৰাৰ বাবে আহিছিল।

মাত্ৰ ৬-৭ মাহ পূৰ্বে ইক্ষাকুৰ সৈতে ফেইচবুকৰ জৰিয়তে চিনাকি হোৱা মহানগৰীৰে বামুণীমৈদামৰ যুৱতী অপৰূপা পূৰ্বেও ৩-৪ বাৰ ইক্ষাকুৰ ঘৰলৈ আহিছিল। ৭ মে’ৰ সন্ধিয়াও একেদৰে ইক্ষাকুৰ ঘৰলৈ আহিছিল।

“ছোৱালীজনী ড্ৰাগছ এডিক্টেড বুলি মই নাজানিছিলো। তাই ড্ৰাগছ লৈ আহিছিল। তাৰ পিছত বাথৰূমত সোমাই ড্ৰাগছ ল’লে আৰু তাতে শুই গ’ল। তাইৰ নিচা হৈছিল কাৰণে শুই গ’ল বুলি ভাবিছিলো। উশাহ দীঘল দীঘল হৈ গৈছিল। তাৰ পাছত মাকক ফোন কৰি ক’লো। তাৰ পাছত মই ডাউন-টাউন হাস্পতাললৈ আনো”, এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ আগত এই মন্তব্য বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ইক্ষাকুৰ।

ডাউন-টাউন হাস্পতালত চিকিৎসকে যুৱতীগৰাকীক মৃত ঘোষণা কৰে, তেওঁ জনায়।

ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছতেই দিচপুৰ আৰক্ষী উপস্থিত হয় আৰু ইক্ষাকুক আটক কৰি থানালৈ আনে।

ইপিনে, আৰক্ষী সূত্ৰই যুৱকজন অবিবাহিত বুলি জানিবলৈ দিছিল যদিও তেওঁৰ ফেইচবুক প্ৰফাইলৰ পৰা জানিব পৰা মতে তেওঁ বিবাহিত আৰু এগৰাকী জীয়েকো আছে।

দিচপুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ইক্ষাকুক জেৰা অব্যাহত ৰাখিছে। হত্যা নে অত্যধিক ড্ৰাগছ সেৱনৰ ফলত মৃত্যু সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

মৃত অপৰূপা চেন্নাইত এয়াৰ হোষ্টে’ছ পঢ়ি আছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd