• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বৰূপ উন্মোচিত কৰিলে : অখিল গগৈ

মিণ্টু দাস by মিণ্টু দাস
September 12, 2018 5:05 pm
Akhil Gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি নগাঁও আদালতে কৃষক নেতা অখিল গগৈৰ দুটাকৈ ধাৰা খাৰিজ কৰাৰ লগতে আনএটা ধাৰাৰ গোচৰ নগাঁও আদালতৰ পৰা কলিয়াবৰ আদলতলৈ স্থানান্তৰ কৰে। এই কথা আজি নগাঁও আদালতৰ প্ৰাংগণত অৱগত কৰে কৃষক নেতা অখিল গগৈয়ে।

লগতে কৃষক নেতা গৰাকীয়ে আজি কেইবাটাও গুৰুত্বপূৰ্ণ কথা সংবাদমাধ্যমৰ আগত উল্লেখ কৰে। কৃষক নেতা গৰাকীয়ে নাগৰিকত্ব বিধেয়ক প্ৰসংগত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বৰূপ উন্মোচিত কৰিলে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

Apply Now

তাৰোপৰি কৃষক নেতা গৰাকীয়ে কয়, ‘নাগৰিকত্ব সংশোধনী সম্পৰ্কে বিজেপিৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত সিদ্ধান্ত লোৱাৰ পাছতো অসম গণ পৰিষদে মুখ্যমন্ত্ৰীক লগ কৰি কেৱল সমষ্টি উন্নয়নৰ কথাহে আলোচনা কৰিলে। আচলতে অগপই এতিয়া আঞ্চলিকতাবাদ পাহৰি পেলাইছে৷ সেয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি মিত্ৰতা ভংগ কৰিব লাগে।’

ইফালে আজি অষ্টম দিনত ভৰি দিয়া ১০৮, ১০২ ৰ কৰ্মচাৰীয়ে GVKৰ বিৰুদ্ধে শোষণ-বঞ্চনাৰ অভিযোগ তুলি অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ কথা উল্লেখ কৰি কৃষক নেতাগৰাকীয়ে কয়, ‘দক্ষ মন্ত্ৰী বুলি পৰিচিত স্বাস্থ্য মন্ত্ৰীগৰাকীৰ GVK সৰ্ম্পকে মৌনতা ৰহস্যজনক। শীঘ্ৰে মুখ্য মন্ত্ৰীয়ে হস্তক্ষেপ কৰি সমস্যা কৰিব লাগে।

আনহাতে ৰাজ্যখনত চলি থকা মৰেল পুলিচ সৰ্ম্পকে উল্লেখ কৰি কৃষক নেতাগৰাকীয়ে কয়, ‘অসম আৰক্ষীৰ ভূমিকা দুভাৰ্গ্যজনক। এতিয়া আইনৰ শাসন নাই, আৰ এছ এছ আৰু বিজেপিৰ গুণ্ডাগিৰিহে আছে। আৰক্ষী চকীত মৰেল পুলিচ, অথচ আৰক্ষী বিষয়াজন নিমাত।

ইয়াৰ উপৰি অতি সম্প্ৰতি ব্ৰহ্মপুত্ৰকে ধৰি বিভিন্ন নদীত নাও দুৰ্ঘটনা হৈ থকা সৰ্ম্পকে উল্লেখ কৰি অখিল গগৈয়ে এতিয়া জল পৰিবহণ বিভাগ নাই আছে মাথোঁ‌ ঠিকাদাৰ বুলি কয়। গতিকে অতি শীঘ্ৰে ভটভটি বন্ধ কৰি ফেৰি বা জাহাজ চৰকাৰী তত্ত্বাৱধানত চলাব লাগে।

লগতে গোটেই ভাৰতবৰ্ষতে মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক হাৰাশাস্তি কৰাৰ কথা উল্লেখ কৰি কৃষক নেতাগৰাকীয়ে  বিজেপিয়ে ডাঙৰ ডাঙৰ কোম্পানীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ বাবেই মূল্যবৃদ্ধি হোৱা বুলি কয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd