DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল: বিজেপিৰ অগ্ৰগতি, কংগ্ৰেছ অস্তিত্বহীন, কোন ,ক’ত জিকিল? প্ৰতি মুহূৰ্তৰ খবৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 24, 2022 11:16 am
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল: বিজেপিৰ অগ্ৰগতি, কংগ্ৰেছ অস্তিত্বহীন, কোন ,ক’ত জিকিল? প্ৰতি মুহূৰ্তৰ খবৰ
270
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনাত স্বাভাৱিক ভাবেই উজলি উঠিছে শাসকীয় বিজেপি দলৰ প্ৰাৰ্থীসকল। এতিয়ালৈকে প্ৰায় কেইটা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বিজয়ী হোৱাৰ লগতে বহু কেইটা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে।

বিজেপিয়ে ৫৮ খন আসনত অগ্ৰগতি লাভ কৰিছে।

আনহাতে আম আদমী পাৰ্টীৰ বহু প্ৰাৰ্থী বহু কেইটা ৱাৰ্ডত অতি কম ভোটৰ ব্যৱধানত পৰাস্ত হৈছে। আপে এইবাৰ ৩৮ গৰাকী প্ৰাৰ্থী দিছে। এজন প্ৰাৰ্থী ইতিমধ্যে বিজয়ী হৈছে।

আনহাতে কংগ্ৰেছ এইবাৰৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত সম্পূৰ্ণ অস্তিত্বহীন হৈ পৰিছে।

এতিয়ালৈকে দলটোৱে কোনো ৱাৰ্ডত জয়লাভ কৰাটো বাদেই কোনো এখন আসনতেই অগ্ৰগতিও লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। আপ, এজেপিয়ে এখনকৈ আসনত অগ্ৰগতি লাভ কৰি আছে।

উল্লেখ্য আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। প্ৰথমে পোষ্টেল বেলটৰ ভোটগণনাৰ পিছতে কৰা হয় ইভিএমৰ ভোটগণনা।

গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰৰে ৫৭ টা ৱাৰ্ডৰ বাবে ভোটগণনা কৰা হৈছে।

১ নং ৱাৰ্ডত বিজয়ী হৈছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হুকুম চান্দ বক্সী।

২৯ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া বিজয়ী হৈছে।

৩১ নং ৱাৰ্ডত বিজয়ী হৈছে বিজেপিৰ ৰত্না সিং।

৪১ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বাসন্তী কলিতা বিজয়ী হৈছে।

২১ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সন্দীপ দেৱ বিজয়ী হৈছে।

১১ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মঞ্জুলা দেৱীয়ে বিজয় সাৱস্ত্য কৰিছে।

৫১ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ডিম্পল ৰাভা বিজয়ী হৈছে।

২৩ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মঞ্জিতা দৈমাৰীয়ে বিজয় সাৱস্ত্য কৰিছে।

৩২ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী নিলম জ্যোতি ভূঞা বিজয়ী হৈছে।

২৪ খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে।

৪২ নং ৱাৰ্ডত আপৰ প্ৰাৰ্থী মাছুমা বেগমে বিজয়ী হৈছে।

১২ নং ৱাৰ্ডত অগপৰ প্ৰাৰ্থী দীপাংকৰ বৈশ্য বিজয়ী হৈছে।

৩৩ নং ৱাৰ্ডত অগপৰ মীৰা দাস চহৰীয়া বিজয়ী হৈছে।

২ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মুকুল কলিতা বিজয়ী হৈছে।

২৪ নং ৱাৰ্ডত অগপৰ বিজু মেধিয়ে বিজয়ী হৈছে।

৪৩ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী অঞ্জনা বৰা বিজয়ী হৈছে।

৩ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী কল্লোল চক্ৰৱৰ্তী বিজয়ী হৈছে।

৫৩ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী লিপিকা পাটোৱাৰী কলিতা বিজয়ী হৈছে।

১৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বিজয়ী হৈছে।

৩৪ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জোনমণি ডেকা বিজয়ী হৈছে।

৩৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী নবীন ডেকা বিজয়ী হৈছে।

৩৮ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী শশাংক ডেকা বিজয়ী হৈছে।

২২ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী স্মিতা ৰয় বিজয়ী হৈছে।

৪৪নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সত্যেন্দ্ৰ নাথ ভট্টাচাৰ্য বিজয়ী হৈছে।

১৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী প্ৰমোদ স্বামী বিজয়ী হৈছে।

১৩ নং ৱাৰ্ডত অগপৰ পূৰৱী তালুকদাৰ বিজয়ী হৈছে।

৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সঞ্জয় দাস বিজয়ী হৈছে।

১৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সৌৰভ জুনজুনৱালা বিজয়ী হৈছে।

৫২ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গকুল গোস্বামী বিজয়ী হৈছে।

৫৩ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী লিপিকা পাটোৱাৰী বিজয়ী হৈছে।

৪ ৱাৰ্ডত বিজেপি প্ৰাৰ্থী কনকলতা সাহা বিজয়ী হৈছে।

৫৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মনোজ কুমাৰ নাথ বিজয়ী হৈছে।

১৮ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী শংকৰ চক্ৰৱৰ্তী বিজয়ী হৈছে।

১৭ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী স্নিগ্ধা বৰুৱা মজুমদাৰ বিজয়ী হৈছে।

৪৫ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মাধৱী তালুকদাৰ বিজয়ী হৈছে।

৭ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী অলক চক্ৰৱৰ্তী বিজয়ী হৈছে।

২০ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গৌড় গোপাল মণ্ডল বিজয়ী হৈছে।

৪০ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ববিতা ডেকা বিজয়ী হৈছে।

৫৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ৰাখী বৰা বিজয়ী হৈছে। 

৪৭ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী প্ৰফুল্ল মহন্ত বিজয়ী হৈছে।

১৯ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ব্ৰিজেশ ৰয় বিজয়ী হৈছে।

৪৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী আশীষ ভৰালী বিজয়ী হৈছে।

৫৪ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গীতা ঠাকুৰীয়া বিজয়ী হৈছে।

৮ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সুধন্য মালাকাৰ বিজয়ী হৈছে।

১০ নং ৱাৰ্ডত অগপৰ প্ৰাৰ্থী কল্পনা দাস বিজয়ী হৈছে।

২৬ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ৰাণা চেতিয়া বিজয়ী হৈছে।

৫৮ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গৌৰী বৰা বিজয়ী হৈছে।

৯ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী অৰ্চনা দাস বিজয়ী হৈছে।

পূৰ্ণ গতিত চলি আছে ভোটগণনা। এতিয়াও বহু কেইটা ৱাৰ্ডৰ ফলাফল ওলাবলৈ বাকী আছে।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd