• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱস: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত ৰোপণ ২হেজাৰ গছপুলি

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , August 15, 2018 7:52 pm

1 min read

gmch
80
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদত মহাবিদ্যালয়ৰ অধীক্ষকৰ কাৰ্য্যালয়ৰ উদ্যোগত আৰু বন বিভাগৰ সহযোগত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্য্যসূচীৰে বুধবাৰে উদযাপিত হয় স্বাধীনতা দিৱস।

বিশ্বজুৰি ভয়াৱহ মাত্ৰাত বৃদ্ধি পোৱা প্ৰদূষণ ৰোধৰ এক পদক্ষেপ হিচাপেই এই গছপুলি ৰোৱা কাৰ্য্যসূচী লোৱা হৈছে বুলি নৰ্থ ইষ্ট নাও-ক জনাই চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰে।

‘গছপুলি ৰোপণৰ পদক্ষেপ সকলোৱে লোৱাটো উচিত। বতৰৰ ফল-মূলৰ পুলি, নিমৰ পুলি, অৰ্জুন, দেৱদাৰু, অগৰ ইত্যাদি প্ৰায় ২হাজাৰ গছৰ পুলি ৰোৱা হৈছে,’ নৰ্থ ইষ্ট নাও-ক জনাই অধীক্ষক তালুকদাৰে।

গছপুলি কেৱল ‘ৰুলেই নহ’ব, তাৰ উচিত যতনো ল’ব লাগিব যাতে পুলিৰ পৰা ডাঙৰ হোৱাৰ সুযোগ পায়’ বুলি উল্লেখ কৰি তালুকদাৰে কয় যে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবেই স্বাধীনতা দিৱসৰ দিনটোত এনেধৰণৰ পদক্ষেপ হাতত লোৱা হৈছে।

‘কোনো এটা নিৰ্দিষ্ট উৎসৱ হিচাপে নহয়, যেতিয়াই পৰা যায় তেতিয়া সময় উলিয়াই সকলোৱে গছপুলি ৰুব লাগে,’ তালুকদাৰৰ মত।

পুৱা ৮ বজাত অধীক্ষক তালুকদাৰে পতাকা উত্তোলন কৰাৰ পাছতে আৰম্ভ হোৱা এই গছ পুলি ৰোৱা কাৰ্য্যসূচীত চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক, নাৰ্চ, কৰ্মচাৰীৰ লগতে ৰোগীৰ অভিভাৱকসকলেও অংশগ্ৰহণ কৰে।

বিগত বন মহোৎসৱটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কৰা হৈছিল।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd