• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন নিৰ্দেশনা; হিংসাত্মক প্ৰতিবাদী, পথ অৱৰোধ আৰু ধৰ্ণাকাৰীয়ে নাপাব চৰকাৰী চাকৰি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 3, 2021 11:40 am

1 min read

নতুন নিৰ্দেশনা; হিংসাত্মক প্ৰতিবাদী, পথ অৱৰোধ আৰু ধৰ্ণাকাৰীয়ে নাপাব চৰকাৰী চাকৰি
207
VIEWS
Share on FacebookShare on Twitter

বিহাৰ আৰক্ষীয়ে জাৰি কৰা এখন জাননীক লৈ বৰ্তমান সময়ত বিতৰ্কৰ সৃষ্টি হৈছে।

হিংসাত্মক প্ৰতিবাদ, পথ অৱৰোধ আৰু ধৰ্ণাত বহা লোক সকলে কোনোধৰণৰ চৰকাৰী চাকৰি অথবা চৰকাৰী কাম-কাজ লাভ নকৰিব বুলি বিহাৰ আৰক্ষীয়ে জাননীখনত উল্লেখ কৰে।

নিৰ্দেশনাত উল্লেখ থকা অনুসৰি যদিহে কোনো লোকে প্ৰতিবাদৰ সময়ত হিংসাত্মক পন্থা অৱলম্বন কৰে তেন্তে আৰক্ষীয়ে তেওঁৰ চৰিত্ৰৰ প্ৰমাণপত্ৰত এই বিষয়ে উল্লেখ কৰিব।

বিহাৰৰ আৰক্ষী সঞ্চালক প্ৰধান এছ কে সিংহালে স্বাক্ষৰ কৰা পত্ৰখনত এনেদৰে উল্লেখ কৰা হয়।

উল্লেখযোগ্য যে, চৰকাৰী চাকৰিৰ বাবে পুলিচ ভেৰিফিকেশ্যন প্ৰয়োজনীয়। যিকোনোধৰণৰ কামৰ প্ৰমাণপত্ৰৰ বাবেও পুলিচ ভেৰিফিকেশ্যন প্ৰয়োজনীয়।

আৰক্ষীয়ে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে হিংসাত্মক প্ৰতিবাদত অংশগ্ৰহণ কৰা লোক সকলে ভবিষ্যতে অসুবিধাৰ সন্মুখিন হোৱাটো স্বাভাৱিক।

পথ অৱৰোধ, ধৰ্ণা আদি ৰোধৰ আৰক্ষীৰ এনে পদক্ষেপে গণতান্ত্ৰিক প্ৰতিবাদক মষিমুৰ কৰিব বুলি একাংশ লোকে মত প্ৰকাশ কৰে।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd