• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৰ্থ-ইষ্ট য়ুনাইটেডত চুক্তিবদ্ধ অভিজ্ঞ গলৰক্ষক ছ’ৰাম আংগানবা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 8, 2019 7:59 pm

1 min read

soram-anganba-poirei

ছ’ৰাম আংগানবা

1.6k
VIEWS
Share on FacebookShare on Twitter

আগন্তুক ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ আই এছ এল ছীজনৰ বাবে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে অভিজ্ঞ গলৰক্ষক ছ’ৰাম আংগানবাক চুক্তিবদ্ধ কৰিছে।

আজি এই কথা ক্লাব কৰ্তৃপক্ষই টুইটাৰৰ জৰিয়তে ৰাজহুৱা কৰে।

মণিপুৰৰ ইম্ফলত জন্মগ্ৰহণ কৰা ২৬ বছৰীয়া অভিজ্ঞ গলৰক্ষকগৰাকীৰ অন্তৰ্ভুক্তিয়ে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিক যথেষ্ট সহায় কৰিব বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰে।

২০০৮ বৰ্ষত ফুটবল কেৰিয়াৰ আৰম্ভ কৰা আংগানবা যোৱা বৰ্ষৰ আই এছ এলৰ চেম্পিয়ন দল বেংগালুৰু এফ চিত চুক্তিবদ্ধ হৈ আছিল।

পেচাদাৰী ফুটবলাৰ হিচাপে পৰিচিত ছ’ৰাম আংগানবা চিলং লাজং, বেংগালুৰু এফ চি, দিল্লী ডাইনামোজ, মোহন বাগান আদিৰ দৰে দেশৰ আগশাৰীৰ ক্লাবৰ হৈ খেলাৰো অভিজ্ঞতা আছে।

উল্লেখ্য যে আজি কিছুদিন পূৰ্বে নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে ক্ৰ’ৱেচিয়াৰ বিশ্বকাপৰ ব্ৰঞ্জ বিজয়ী ফুটবলাৰ ৰবাৰ্ট জৰ্নিক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে।

Recent News

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

বিদ্যালয়ত বেয়া ফলাফল দেখুওৱাৰ বাবেই পিতৃয়ে জুই লগাই হত্যা কৰিলে ১২ বছৰীয়া পুত্ৰক

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

মহাজোঁটত জঁট! সাম্প্ৰদায়িক মন্তব্যৰ বাবে আজমলক গৰিহণা-সকীয়নি অজিত ভুঞাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd