• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোৱালপাৰাৰ কৃষ্ণাইত গণ সংক্ৰমণৰ আশংকা; আশুডুবীক কনটেইনমেণ্ট জ’ন ঘোষণা

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , June 14, 2020 5:25 pm

2 min read

গোৱালপাৰাৰ কৃষ্ণাইত গণ সংক্ৰমণৰ আশংকা; আশুডুবীক কনটেইনমেণ্ট জ’ন ঘোষণা

ফটো : নৰ্থ-ইষ্ট নাও

11.6k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না আক্ৰান্ত তালিকাত নাম সোমাল গোৱালপাৰাৰ কৃষ্ণাইৰ। সামাজিক সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে কৃষ্ণাইবাসী।

শনিবাৰে নিশা জিলা খনৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত আশুডুবীৰ ক্ষুদ্ৰ ব্যৱসায়ী দুলাল সাহা ক’ভিড-১৯ আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰে।

কোনো ধৰনৰ ভ্ৰমণ পৰিক্ৰমা নথকা দুলাল সাহা ক’ভিড-১৯ত আক্ৰান্ত হোৱা খবৰে অঞ্চলটোত সামাজিক সংক্ৰমণৰ ইংগিত বহন কৰা বুলি বহুলোকে মন্তব্য কৰিছে৷

জানিব পৰা মতে কেন্সাৰ ৰোগত আক্ৰান্ত আশুডুবীৰ দুলাল সাহাই এসপ্তাহ পূৰ্বে চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যোৱাৰ সময়তে স্বাৱ পৰীক্ষা কৰিছিল আৰু শনিবাৰে নিশা স্বাস্থ্য বিভাগে দুলাল সাহাক পজিটিভ বুলি ঘোষণা কৰে।

স্বাস্থ্য বিভাগে ইতিমধ্যে দুলাল সাহাৰ গাঁওখনৰ লগতে আশুডুবীৰ অঞ্চলৰ উত্তৰ দিশে ৩৭ নং ৰাষ্ট্ৰীয় পথ, দক্ষিণে আশুডুবী বেটবাৰী পইন্ট, পশ্চিমে কৃষ্ণাই কৃষি পাম আৰু পূবে কৃষ্ণাই নৈক সামৰি এক বৃহৎ অঞলক কনটেইনমেন্ট জ’ন হিচাপে ঘোষনা কৰিছে।

প্ৰশাসনে অঞ্চলটোৰ দোকান-পোহাৰ বন্ধ কৰি দিয়াৰ লগতে সাধাৰণ লোকৰ বাবে যাতায়াত সম্পূৰ্ণ বন্ধ কৰি দিয়ে।

ইফালে দুলাল সাহাক গুৱাহাটীলৈ যোৱা গাড়ী খনৰ চালকৰ পৰিয়ালৰ লগতে দুলাল সাহাৰ পৰিয়ালৰ মুঠ ১৩ জন সদস্যক হোম কোৱাৰেন্টাইন কৰিছে জিলা প্ৰশাসনে।

অভিযোগ উঠা মতে দুলাল সাহাৰ সম্পৰ্কীয় একাংশ লোকে আজি ৰাতিপুৱালৈকে কৃষ্ণাই বজাৰৰ বিভিন্ন দোকান-পোহাৰত বজাৰ সমাৰ কৰি থকা বহুতে প্ৰত্যক্ষ কৰিছে।

অতি চিন্তনীয় বিষয় এইটোৱেই যে ক’ভিড-১৯ত এজন লোক আক্ৰান্ত হোৱাৰ পিছতো অঞলটোৰ বহুলোকে এতিয়াও কোনো ধৰণৰ সাৱধানতা অৱলম্বন কৰা নাই।

আনহাতে দুলাল সাহাৰ সংস্পৰ্শলৈ অহা লোকসকলক শীঘ্ৰে চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ নকৰিলে জিলা খনত গণ সংক্ৰমণ আৰম্ভ হ’ব বুলি বহুতেই আশংকা ব্যক্ত কৰিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd