DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণ সংক্ৰমণৰ দিশে গোৱালপাৰা! : ক’ৰ’না পজিটিভ ৰোগী বিচাৰি ওৰে নিশা চলিল আৰক্ষীৰ অভিযান

নীলমণি শৰ্মা by নীলমণি শৰ্মা
June 30, 2020 2:39 pm
Twelve police personnel test COVID-19 positive in Guwahati

প্ৰতিনিধিত্বমূলক ফটো

2.5k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ধীৰেণপাৰাৰ কোম্পানী এটাত কৰ্মৰত এগৰাকী যুৱতীয়ে শ্বাৱ সংগ্ৰহ কৰাৰ পিছতে পলায়ন কৰিছিল গুৱাহাটীৰ পৰা৷

যোৱা সোমবাৰে কোভিড১৯ পজিটিভ ৰিপৰ্ট অহাত যুৱতী গৰাকীৰ সৈতে যোগাযোগ কৰিও সুফল নপোৱাত গুৱাহাটী আৰক্ষীয়ে মোবাইল নম্বৰ ট্ৰেক কৰি যুৱতী গৰাকীক গোৱালপাৰাৰ টুকুৰাত থকা বুলি নিশ্চিত কৰে৷

পিছত  আগীয়া আৰক্ষীয়ে গোটেই নিশা অভিযান চলাই মঙ্গলবাৰে ৰাতিপুৱাই যুৱতী গৰাকীক গোৱালপাৰাৰ টুকুৰাৰ এগৰাকী লোকৰ ঘৰত আশ্ৰয় লৈ থকা অৱস্থাত উদ্ধাৰ কৰে৷

জেৰিনা নাৰ্জাৰী নামৰ যুৱতী গৰাকীয়ে  শনিবাৰে টুকুৰাৰ ৰামকৃষ্ণ মণ্ডল নামৰ লোকজনৰ ঘৰত আহি আশ্ৰয় লৈছিল৷

যুৱতী গৰাকীৰ ঘৰ বঙাইগাঁও জিলাৰ বিজনীত বুুুুলি জানিব পৰা গৈছেে৷

যুৱতী গৰাকীৰ পৰা উক্ত পৰিয়ালটোৰ লগতে গাঁৱৰ বহু লোকৰ দেহলৈ এই ক’ৰ’না সংক্ৰমণৰ আশংকা কৰা হৈছে।

অতি কম সময়ৰ ভিতৰতে যুৱতী গৰাকী আশ্ৰয় লৈ থকা ঠাইখন অৰ্থাৎ টুকুৰাৰ উক্ত অঞ্চলটো কোন্টেইনমেন্ট জ’ন হিচাবে প্ৰশাসনে ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

Tags: COVID-19

Recent News

Massive Fire in Dhanbad

ঝাৰখণ্ডত বহুমহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড: ১৪ গৰাকীৰ মৃত্যু, আহত ১২ গৰাকী

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd