• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ল’কডাউনৰ মাজতে গোলাঘাট জিলাত বৈদ্যুতিক সামগ্ৰী, কিতাপ আৰু হাৰ্ডৱেৰৰ বিপনী খোলাৰ অনুমতি উপায়ুক্তৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
April 23, 2020 11:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম পৰ্যায়ৰ ল’কডাউনৰ সমাপ্তিৰ পাছত দেশৰ লগতে ৰাজ্যত আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ ল’কডাউনৰ নীতি-নিৰ্দেশনাৰ মাজতে গোলাঘাটৰ জিলাৰ উপায়ুক্তই কেতবোৰ নিৰ্দেশৰ জৰিয়তে জিলাখনত বৈদ্যুতিক সামগ্ৰীৰ বিপনি, হাৰ্ডৱেৰ সামগ্ৰীৰ দোকান আৰু কিতাপৰ দোকানসমূহ খোলাৰ বাবে অনুমতি প্ৰদান কৰিছে ৷

উপায়ুক্তৰ হৈ অতিৰিক্ত উপায়ুক্তই কভিড-১৯-ৰ সংক্ৰমণৰ ৰেডজ’নত থকা জিলাখনত জাৰি কৰা এই নিৰ্দেশ মতে জিলাখনৰ সমূহ কিতাপৰ বিপনি ল’কডাউনৰ সময়চোৱাত সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে খুলিব পাৰিব ৷

Apply Now

একেদৰে, জিলাখনৰ হাৰ্ডৱেৰৰ বিপনি সমূহ প্ৰতি সপ্তাহৰ সোম, বুধ আৰু শুক্ৰবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে আৰু বৈদ্যুতিক সামগ্ৰীৰ দোকান সমুহ মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে খোলাৰ বাবে প্ৰশাসনে অনুমতি প্ৰদান কৰিছে ৷

আনহাতে, এই ক্ষেত্ৰত ব্যৱসায়ী সকলে  ল’কডাউনৰ সকলো নীতি-নিৰ্দেশনা আৰু সামাজিক ব্যৱধান বজাই ৰখাৰ বাবেও নিৰ্দেশনাটোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে ৷

মনকৰিব লগীয়া যে, জিলাখনৰ দেৰগাঁও আৰু বোকাখাত মহকুমাৰ মাজেৰে যোৱা ৩৭ ৰাষ্ট্ৰীয় ঘাইপথটো মহকুমাৰ বাবে অন্যতম ভয়ৰ কাৰণ।

ৰাষ্ট্ৰীয় ঘাইপথৰে পাৰ হৈ যোৱা যান-বাহনৰ বাবে বিপনি সমূহ বিশেষকৈ হোটেল সমুহ ল’কডাউনৰ মাজত খুলি দিলে হিতে বিপৰীত হোৱাৰো সম্ভাৱনা নোহোৱা নহয় ৷

গোলাঘাট জিলাক কভিদ-১৯-ৰ বাবে ৰেড জ’ন ঘোষণা কৰিলেও বোকাখাত মহকুমাত এতিয়ালৈকে কভিড-১৯-ত আক্ৰান্ত এজনো ৰোগী পোৱা হোৱা নায়।

তদুপৰি, এই ক্ষেত্ৰত কঠোৰ সকলো প্ৰকাৰৰ নিৰীক্ষণ অব্যাহত ৰাখিছে বোকাখাতৰ মহকুমা প্ৰশাসনে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd