• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী উচ্চ ন্যায়ালয়ত নীপক’-গোলাঘাটবাসীৰ ভাগ্য

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
November 10, 2018 10:47 pm
Gauhati-High-Court-min-1-990x742-768x576

গুৱাহাটী উচ্চ ন্যায়ালয়। ফাইল ছবি।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডস্থিত দৈয়াং জলবিদ্যুৎ প্ৰকল্পই এৰা পানীয়ে গোলাঘাট জিলাত সৃষ্টি কৰা তাণ্ডৱৰ বাবে জৱাবদিহি কৰি নীপক’ (NEEPCO)ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে জিলাখনৰ দুজন ব্যক্তি।

প্ৰশান্ত কুমাৰ দত্ত নামৰ এজন কাৰিকৰী অভিযন্তা আৰু খুমতাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰ বব্ৰুবাহন শইকীয়াই নীপক’ৰ বিৰুদ্ধে দাখিল কৰা আবেদন দুখন (ক্ৰমে পি আই এল নং ৫৮/১৮, ৬০/১৮) ন্যায়ালয়ে গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

Apply Now

জলপ্ৰলয়ৰ বাবে দায়ী কৰি নীপক’ৰ পৰা ক্ষতিপূৰণ দাবীৰে আবেদন দাখিল কৰিছে শইকীয়াই। যোৱা ২৭ জুলাইৰ পৰা ৮ আগষ্ট পৰ্য্যন্ত জলবিদ্যুৎ প্ৰকল্পটোৱে এৰা পানীয়ে সৃষ্টি কৰা জলপ্ৰলয়ৰ বাবে জিলাখনৰ লোকসকলে নীপক’ক ক্ষতিপূৰণ দাবী কৰাৰ বিপৰীতে কোম্পানিটোৱে ইয়াৰ দোষ প্ৰশাসনলৈ ঠেলি আজি পৰ্য্যন্ত ক্ষতিপূৰণ দিয়া নাই।

অভিযন্তা দত্তয়ো জলপ্ৰলয়ৰ বাবে নীপক’কে জগৰীয়া কৰিছে। “দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জাবৰ-জোথৰ নিষ্কাষণৰ বাবে নীপক’ৱে গ্ৰহণ কৰা পদ্ধতিৰ বাবে জলস্তৰ ইয়াৰ সৰ্বোচ্চ সীমা ৩২৪ মিটাৰলৈ বৃদ্ধি পায় আৰু অতিৰিক্ত পানী বহন ক্ষমতা নোহোৱা হৈ পৰে। ফলত উক্ত সময়ত পাহাৰৰ পৰা বৈ অহা অতিৰিক্ত পানী বান্ধে ধৰি ৰাখিব নোৱাৰা হয় আৰু ইয়াক নিয়ন্ত্ৰণৰ বাবে বান্ধ মুকলি কৰি দিব লগা হয়। চলিত বৰ্ষত বাৰিষাৰ বতৰতো এনে পন্থা লোৱাৰ বাবেই বান্ধৰ জলস্তৰ অস্বাভাৱিকভাৱে বৃদ্ধি হোৱাত বান্ধ খুলিব লগা হৈছিল,” দত্তৰ অভিযোগ।

নীপক’ৰ পৰা ক্ষতিপূৰণ দাবীৰে জিলাখনৰ ভুক্তভোগীসকলে ব্যাপক প্ৰতিবাদ কৰাৰ বিপৰীতে কোম্পানিটোৱে গোলাঘাট জিলা প্ৰশাসনে জনসাধাৰণৰ বাবে সময়ত সতৰ্কীকৰণ জাৰি নকৰাৰ বাবেহে বিস্তৰ ক্ষতি হোৱা বুলি মন্তব্য কৰিছিল।

বানপানীটোত গোলাঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত গোলাঘাট চহৰৰ কাষৰীয়া আৰু মেৰাপানী অঞ্চলৰ ১৭খন, মৰঙীৰ ১৭খন, সৰুপথাৰৰ ১২খন, খুমতাইৰ ১৩খন, বোকাখাতৰ ১৮খন আৰু উৰিয়ামঘাট (চেক্তৰ বি)ৰ ৭খন ৰাজহ গাঁৱৰ অন্তৰ্গত ১১৬ খন গাঁৱৰ বিস্তৰ ক্ষতি হৈছিল।

চৰকাৰী তথ্য অনুসৰিয়ে উক্ত বানত জিলাখনৰ ২১৮৫.৬৪ হেক্তৰ কৃষিভূমি প্লাবিত হৈছিল আৰু প্ৰায় ৫৫ হাজাৰ জন লোক ক্ষতিগ্ৰস্ত হৈছিল।

বানপানীটোত বোকাখাত অঞ্চলৰ খগেশ্বৰ গোৱালা, বৰপথাৰৰ কিৰণ ৰায় আৰু উৰিয়ামঘাটৰ বীৰেন্দ্ৰ কিচকু নামৰ তিনিজন লোকেও প্ৰাণ হেৰুৱাব লগা হৈছিল।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd