DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটত আৰক্ষীৰ জালত বৃহৎ বাইক চুৰি চক্র; দুই গভাইত চোৰে দিলে চুৰিকাণ্ডৰ বৰ্ণনা

মীনাক্ষী ফুকন, গোলাঘাট  by মীনাক্ষী ফুকন, গোলাঘাট
December 21, 2021 3:35 pm
Golaghat car thief

আৰক্ষীয়ে আটক কৰা দুই গভাইত চোৰ গুডু দাস ওৰফে গেৰেলা আৰু পাৰ্থ কলিতা ওৰফে বিস্কুট বা টিংকু। ফটো: নর্থইষ্ট নাও।

101
VIEWS
Share on FacebookShare on Twitter

অৱশেষত গোলাঘাট আৰক্ষীৰ জালত পৰিছে বৃহৎ বাইক চুৰি চক্ৰ। বিগত কেইবা দিন ধৰি গোলাঘাটৰ বিভিন্ন প্ৰান্তত বাইক চুৰিৰে সন্ত্ৰাস চলাই অহা এটা বৃহৎ গেং পৰিল গোলাঘাট আৰক্ষীৰ জালত।

গোলাঘাট আৰক্ষীয়ে এক অভিযানৰ ভিত্তিত যোৰহাটৰ এটা অঞ্চলৰ পৰা গুডু দাস ওৰফে গেৰেলা আৰু পাৰ্থ কলিতা ওৰফে বিস্কুট বা টিংকু নামৰ দুই গভাইত চোৰক আটক কৰে।

উল্লেখ্য যে যোৱা কেইবাদিন ধৰি গোলাঘাটৰ এৰেঙাপাৰা, আমোলাপট্টি, কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা চুৰি হোৱা কেইবাখনো বাইকৰ চুৰিকাণ্ডৰ লগত জড়িত এই দুই গভাইত চোৰক গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহিছে গোলাঘাটত বাইক চুৰিৰ এটা বৃহৎ চক্ৰ।

Also Read: সৰভোগৰ বেঁকী নৈৰ দলঙত যুৱক-যুৱতী অগ্নিদগ্ধ হোৱা ঘটনাৰ ৰহস্য কি? জনালে বৰপেটাৰ আৰক্ষী অধীক্ষকে

গোলাঘাটৰ পৰা নাগালেণ্ডলৈ নিয়া হয় চুৰি বাইকসমূহ।

মংগলবাৰে গোলাঘাটৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চুৰিকাণ্ড সংঘটিত হোৱা বিভিন্ন স্থানত চলায় অভিযান।

দুই গভাইত চোৰে চুৰিকাণ্ডৰ সমগ্ৰ বৰ্ণনা দিয়ে আমাৰ সাংবাদিকৰ আগত।

উল্লেখ্য যে গেৰেলা আৰু বিস্কুট নামৰ দুই চুৰে চুৰিকাণ্ড সংঘটিত কৰি মেৰাপানীৰ চন্দন দাস ওৰফে সৰু ল’ৰা আৰু মিন্টু দাসক গতাই দিয়ে আৰু সেই দুই সৰবৰাহকাৰীয়ে চুৰি বাইকসমূহ বিক্ৰী কৰে নাগালেণ্ডৰ বিভিন্ন প্ৰান্তত।

Also Read: শিক্ষকৰ অভাৱত অনিশ্চয়তাত কলিয়াবৰৰ তিনিখনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ভৱিষ্যৎ

সম্প্ৰতি গোলাঘাট আৰক্ষীয়ে চুৰি হোৱা বাইকসমূহ উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ধৃত চন্দন দাস আৰু মিন্টু দাস দুয়োৱে পূৰ্বতেও গোলাঘাটত মোবাইল টাৱাৰৰ বেটাৰী চুৰিৰ সৈতেও জড়িত আছিল।

Recent News

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

India defeat West Indies: আফ্ৰিদিক অতিক্ৰমি ছয় মৰাৰ অভিলেখ ৰোহিতৰ; ৱেষ্ট-ইণ্ডিজৰ বিৰুদ্ধে শৃংখলা জয় ভাৰতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd