DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিশা গোলাঘাট আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান; উদ্ধাৰ হৈছে ১০ গ্ৰাম হেৰ’ইন

মীনাক্ষী ফুকন, গোলাঘাট by মীনাক্ষী ফুকন, গোলাঘাট
September 18, 2021 8:40 am
IMG_20210918_081822

ফটো: নৰ্থইষ্ট নাও।

162
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট নগৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতে শুকুৰবাৰে নিশা পুনৰ উদ্ধাৰ হৈছে নিষিদ্ধ ড্ৰাগছ।

এক গোপন সূত্ৰৰ পম খেদি গোলাঘাট নগৰৰ শান্তিপুৰৰ ৰিতু আহমেদৰ ঘৰত বাসগৃহত আৰক্ষীয়ে অভিযান চলাওতে উদ্ধাৰ হৈছে এই ১০ গ্ৰাম হেৰইন।

গোলাঘাট জিলা উপ আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত আৰু গোলাঘাট সদৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক বিজু বড়োৱে চলাইছিল এই অভিযান।

অভিযানত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী ৰিতু আহমেদৰ বাসগৃহৰ পৰা ১০ গ্ৰাম হেৰইন উদ্ধাৰ কৰিব সক্ষম হয়।

উল্লেখযোগ্য যে ৰিতু আহমেদ আৰু তেওঁৰ ভাতৃ ডিম্পু আহমেদ দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায় লগত জড়িত থকাৰ অভিযোগ আছিল।

পূৰ্বে বহুবাৰ ডিম্পু আহমেদক ড্ৰাগছৰ ব্যৱসায় ক্ষেত্ৰত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

নিশা আৰক্ষীয়ে এই নিষিদ্ধ  ড্ৰাগছ উদ্ধাৰ কৰে যদিও  ৰিতু আহমেদ আৰু ডিম্পু আহমেদ পলাতক অৱস্থাত আছে।

উল্লেখযোগ্য যে অভিযান কালত ৰিতু আহমেদৰ পিতৃয়ে এই সমগ্র বিষয়টোৰ সন্দৰ্ভত  সাংবাদিকক বাধা প্ৰদান কৰিছিল। তেনেক্ষেত্ৰত পিতৃ তথা পৰিয়ালৰ লোকে পুত্ৰদ্বয়ৰ এই  নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ৰ কথা পূৰ্বৰে পৰা জনা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

Recent News

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd