• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অলিম্পিকত জয়ী হৈ অহাৰ পিছত সকলো চেনেললৈ নিজেই সাক্ষাৎকাৰ দিবলৈ যাম : হিমা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2018 1:57 pm
88854886-785f-4960-bd08-afc6fe99b8de

শনিবাৰে সৰুসজাই ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত সংবাদমেল সম্বোধন কৰাৰ মুহূৰ্তত স্বৰ্ণকন্যা হিমা দাস। ফটো :

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছিয়ান গেইমছত অভূতপূৰ্ব সাফল্য লাভ কৰি নিজ ৰাজ্যলৈ উভতি অহাৰ পিছত শুকুৰবাৰে ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজন কৰা বৃহৎ অভিনন্দন অনুষ্ঠানৰ পিছত শনিবাৰে সৰুসজাই  ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত এখন সংবাদমেল সম্বোধন কৰে স্বৰ্ণকন্যা হিমা দাসে।

হিমাই প্ৰথমতে অসমবাসীক ধন্যবাদ জনায়। অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জনোৱাৰ লগতে, জুবিন গাৰ্গ, অসমৰ ক্ৰীড়া বিভাগ,সৰুসজাই ষ্টেডিয়ামৰ কৰ্মকৰ্তা আৰু তেওঁক বিভিন্ন ধৰণে সহায় কৰা সকলোকে হিমাই ধন্যবাদ জ্ঞাপন কৰে।

Apply Now

হিমাই কয়, ‘’ৰ’দত দৌৰিব লাগিব তেতিয়াহে নতুন খেলুৱৈ ওলাব। আঘাত পাইছো, কিন্তু আঘাত নোপোৱাকৈ কেতিয়াও খেলিব নোৱাৰি।‘’

‘সময় আৰু ভাল কৰিব লাগিব মই,’ বুলি ব্যক্ত কৰি হিমাই কয়, ‘’মই সময়ৰ পিছত দৌৰো, কোনো মেডেলৰ পিছত নদৌৰো।‘’

হিমাই লগতে কয়, ‘’ ৪০০ মিটাৰ দৌৰত বেছিকৈ গুৰুত্ব দিয়া হয় যদিও ২০০ মিটাৰতো গুৰুত্ব দিওঁ।‘’

ইপিনে, চাকৰিৰ বিষয়টো এতিয়া চিন্তা কৰা নাই বুলি জানিব দি ধিং এক্সপ্ৰেছ খ্যাত হিমাই কয়, ‘’অলপ দিন ভাবো, তাৰ পিছত চৰকাৰে দিয়া অ’ফাৰৰ বিষয়ে সিদ্ধান্ত ল’ম।‘’

অসমৰ খেলুৱৈসকলক চৰকাৰে আৰ্থিকভাৱে সহায় কৰা প্ৰয়োজন বুলি মত প্ৰকাশ কৰে এছিয়ান গেইমছত স্বৰ্ণ পদক অৰ্জন কৰা খেলুৱৈগৰাকীয়ে।

সংবাদমেলত দেউতাকৰ পৰা বহু অনুপ্ৰেৰণা লাভ কৰিছিল বুলি উল্লেখ কৰি হিমাই জানিব দিয়ে যে ‘’দেউতাই ভাল ফুটবল খেলিছিল।‘’ ঘৰৰ পৰা ওলাই সৰুসজাই নহাহেঁতেন ইমানখিনি সফলতা অৰ্জন কৰিব নোৱাৰিলেহেঁতেন বুলিও হিমাই অকপটে স্বীকাৰ কৰে।

আনহাতে, জুবিনক বহুত ভাল লাগে বুলি ব্যক্ত কৰি হিমাই কয়,’’ জাকাৰ্টাত জুবিন গাৰ্গ, লক্ষজ্যোতি কোঁৱৰ আৰু অন্য বহুকেইগৰাকী অসমীয়াই উদগনি যোগোৱাৰ বাবে সফল হ’ব পাৰিলো।‘’

প্ৰৱল আত্মবিশ্বাস আৰু দৃঢ় প্ৰত্যয়েৰে হিমাই কয়, ‘’অসমবাসীয়ে  কেৱল আশীৰ্বাদ দিয়ক বাকী মই কেনেকৈ মেডেল আনিব লাগে আনিম।‘’

কনটিনেনটেল কাপত ভৰিত আঘাত পোৱাৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰা হিমা ৪০০ মিটাৰ দৌৰত বৰ্তমান বিশ্বৰ ৫২ নম্বৰ স্থানত আছে। আগৰ ৫১ গৰাকীক পিছ পেলোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি দৃঢ়তা প্ৰকাশ কৰে হিমাই।

খেলুৱৈৰ ভিতৰত শচীন তেণ্ডুলকাৰ আৰু লিঅ’নেল মেচিক বহুত ভাল পায়  হিমাই।

আনহাতে আই অ’ এছ কোম্পানীয়ে স্প’ন্সৰ কৰাৰ কথা জানিব দি খেলুৱৈগৰাকীয়ে ইতিমধ্যে ২ বছৰৰ বাবে চুক্তিবদ্ধ হৈছে বুলি সদৰী কৰে।

তাৎপৰ্যপূৰ্ণভাৱে অতি কৌশলেৰে আজি হিমাই সংবাদমেলত ব্যক্ত কৰে যে অলিম্পিকত জয়ী হৈ অহাৰ পিছত সকলো চেনেললৈ তেওঁ নিজে সাক্ষাৎকাৰ দিবলৈ যাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd