DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৭০ বছৰ পূৰ্বে টাটাৰ পৰা ‘কাঢ়ি নিয়া’ এয়াৰ ইণ্ডিয়া পুনৰ টাটাৰ হাতত! উৎফুল্লিত কৰ্মচাৰী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 28, 2022 11:51 am
৭০ বছৰ পূৰ্বে টাটাৰ পৰা ‘কাঢ়ি নিয়া’ এয়াৰ ইণ্ডিয়া পুনৰ টাটাৰ হাতত! উৎফুল্লিত কৰ্মচাৰী
2.3k
VIEWS
Share on FacebookShare on Twitter

প্ৰায় ৭০ বছৰ পূৰ্বে টাটা গ্ৰুপৰ হাতৰ পৰা চৰকাৰৰ হাতলৈ গৈছিল দেশৰ ঐতিহ্যমণ্ডিত বিমান পৰিবহন সংস্থা এয়াৰ ইণ্ডিয়া।

কিন্তু চৰকাৰৰ অদূৰদৰ্শী নীতিৰ বাবেই এয়াৰ ইণ্ডিয়াই ভৰিবলগীয়া হৈছিল লোকচানৰ উপৰি লোকচান। ধাৰৰ বোজাত পোত গৈছিল এয়াৰ ইণ্ডিয়া।

এনে সময়তে বিমান পৰিবহন সংস্থাটো পুনৰ ইয়াৰ জন্মদাতাৰ কাষলৈ উভতি আহিছে। শেহতীয়াকৈ চৰকাৰৰ হাতৰ পৰা পুনৰ টাটাই এয়াৰ ইণ্ডিয়াক নিজৰ হাতলৈ নিছে।

বৃহস্পতিবাৰে টাটা গ্ৰুপক এয়াৰ ইণ্ডিয়াৰ আনুষ্ঠানিক হস্তান্তৰৰ পিছতে টাটা চন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে এয়াৰ ইণ্ডিয়াৰ কৰ্মচাৰীসকলক আদৰণি জনাই এটা বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কয় যে টাটাই এয়াৰ ইণ্ডিয়া ক্ৰয় কৰিব বুলি ঘোষণা কৰাৰ দিনৰে পৰা সকলোৱে ঘৰলৈ ঘূৰি অহাৰ বাবে উদগ্পীৱ হৈ আছিল।

“ইমান বছৰৰ পিছত টাটা পৰিয়াললৈ এয়াৰ ইণ্ডিয়াক পুনৰ স্বাগতম জনাই আমি গৌৰৱান্বিত।” বৃহস্পতিবাৰে হস্তান্তৰ সম্পূৰ্ণ হোৱাৰ লগে লগে টাটা চন্সৰ অধ্যক্ষই এয়াৰ ইণ্ডিয়াৰ সকলো কৰ্মচাৰীলৈ এখন পত্ৰ লিখিছে।

পত্ৰ খনত তেওঁ লিখিছে— “এনে স্মৃতি বোৰ আশ্চৰ্যকৰ, কিন্তু এতিয়া আগলৈ চোৱাৰ সময়। আজি এটা নতুন অধ্যায়ৰ আৰম্ভণি। সমগ্ৰ ৰাষ্ট্ৰৰ চকু আমাৰ ওপৰত আছে, অপেক্ষা কৰি আছে আমি একেলগে কি ভাল কাম কৰিম ‘।

উল্লেখ্য টাটা গ্ৰুপ এয়াৰ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক আছিল । জেআৰডি টাটাই ১৯৩২ চনত এয়াৰলাইন আৰম্ভ কৰিছিল, ই দেশৰ প্ৰথম বিমান পৰিবহন সংস্থা আৰু এই সংস্থাৰ বিমান প্ৰথমে কৰাচী আৰু বোম্বাইৰ মাজত চিঠি কঢ়িয়াই নিবলৈ ব্যৱহাৰ কৰা হৈছিল।

১৯৫৩ চনত চৰকাৰে এয়াৰ ইণ্ডিয়াক ৰাষ্ট্ৰীয়কৰণ কৰিছিল।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd