• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিলচৰ ভ্ৰমণৰ পূৰ্বে পুনৰ এক বিতৰ্কই গা কৰি উঠিছে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2019 1:32 pm
silchar-modi

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে আজি অসমৰ শিলচৰ তথা উত্তৰ-পূব ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। মোদীৰ এই ভ্ৰমণৰ পূৰ্বে পুনৰ এক বিতৰ্কই গা কৰি উঠিছে। অসম সাংবাদিকসকলৰ সৈতে যেন প্ৰধান মন্ত্ৰীয়ে কোনো কাৰণতে সহজ হ’ব নোৱাৰে সেই প্ৰশ্নৰ পুনৰ অৱতাৰণা হোৱা পৰিলক্ষিত হৈছে।

যোৱা ২৫ ডিচেম্বৰত বগীবিল দলং উদ্বোধনৰ সময়ত প্ৰধান মন্ত্ৰীৰ নিৰাপত্তাজনিত কাৰণত সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ পাছত আজি পুনৰ মোদীৰ শিলচৰ ভ্ৰমণৰ পূৰ্বে একেই প্ৰশ্নৰ অৱতাৰণা হোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Apply Now

উল্লেখ্য যে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমৰ শিলচৰত এখন জনসভাত অংশ ল’ব। কিন্তু মোদীৰ এই জনসভাই এতিয়া কাছাৰৰ সাংবাদিকসকলক বিমোৰত পেলাইছে। কিয়নো বৃহস্পতিবাৰৰ মাজ নিশালৈকে তথ্য আৰু জনসংযোগ বিভাগে মোদীৰ সভাত অংশ ল’বলৈ সাংবাদিকসকলক প্ৰদান কৰিব পৰা নাই অনুজ্ঞা পত্ৰ।

ইয়াৰ পাছতে ক্ষুভিত সাংবাদিকসকলে বিষয়টো সন্দৰ্ভত উপায়ুক্ত কাৰ্যালয়ক অৱগত কৰাই আৰু অৱশেষত উপায়ুক্তৰ প্ৰত্যক্ষ হস্তক্ষেপত নিশাই সাংবাদিকসকলৰ অনুজ্ঞা পত্ৰ প্ৰদান প্ৰক্ৰিয়াৰ কাম আৰম্ভ হয়।

সাংবাদিকসকলৰ অনুজ্ঞা পত্ৰ প্ৰদান প্ৰক্ৰিয়াৰ কাম আৰম্ভ হয় যদিও ইয়াতেই বিতৰ্কৰ অন্ত নপৰিল। মোদীৰ জনসভাত অংশগ্ৰহণৰ বাবে বিভাগৰ তৰফৰ পৰা বহুতো জ্যেষ্ঠ সাংবাদিকে নাপালে অনুমতি পত্ৰ। তদুপৰি বাতৰি লিখা পৰ্যন্ত হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ পৰা অহা সাংবাদিকেও অনুজ্ঞা পত্ৰ লাভ নকৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে এই সমগ্ৰ বিষয়টো চোৱা চিতা কৰিবলৈ এজন যুটীয়া সঞ্চালক আৰু উপ সঞ্চালক শিলচৰলৈ যাবলৈ নিৰ্দেশ দিছিল যদিও কোনো এজন বিষয়াই এই বিষয়টো নিষ্পত্তি কৰাত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি সাংবাদিকসকলৰ সমস্যাক আওকান কৰা দুয়োজন বিষয়াই বৰ্তমান পাৰিজাত নামৰ এখন হোটেলত সকলো দায়িত্ব বাদ দি অৱসৰ বিনোদনত ব্যস্ত আছে।

মন কৰিবলগীয়া যে বহুতো সাংবাদিকে মোদীৰ সভাত অংশগ্ৰহণৰ বাবে তথ্য আৰু জনসংযোগ বিভাগৰ পৰা অনুজ্ঞা পত্ৰ লাভ কৰিছে যদিও পত্ৰসমূহত দেখা দিয়া বিভিন্ন বিসংগতিয়ে সাংবাদিকসকলক বিমোৰত পেলোৱা পৰিলক্ষিত হৈছে। তদুপৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা ইচ্ছ্যু হোৱা পত্ৰসমূহত বিভাগীয় ছিল মোহৰ নোহোৱাত সাংবাদিকসকলৰ সমস্যা দুগুণে বৃদ্ধি পাইছে।

ইফালে তথ্য আৰু জনসংযোগ বিভাগ আৰু জিলা উপায়ুক্ত কাৰ্যালয়ে সাংবাদিকসকলক অনুজ্ঞা পত্ৰ প্ৰদান নকৰাত নিৰাপত্তাৰক্ষীয়ে সংবাদগ্ৰহণৰ বাবে যোৱা সাংবাদিকসকলক মোদীৰ জনসভাৰ মূল ঠাইৰ পৰা ৭০০ মিটাৰ দূৰতে ৰখাই থয়।

তথ্য আৰু জনসংযোগ বিভাগৰ অদূৰদৰ্শিতা আৰু অকৰ্মণ্যতাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হ’বলৈ পালে বুলি মোদীৰ জনসভাত অংশ ল’বলৈ অহা এজন জ্যেষ্ঠ সাংবাদিকে মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd