• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না যোদ্ধা চিকিৎসক,নাৰ্ছ তথা স্বাস্থ্যকৰ্মীক বিশেষ ডুডলেৰে অভিনন্দন Googleৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 13, 2020 2:16 pm

1 min read

coronavirus-google-thanks-doctors-nurses-medical-workers-with-a-nice-doodle
10.4k
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজত প্ৰথমশাৰীৰ যোদ্ধা হিচাপে অৱতীৰ্ণ হৈছে চিকিৎসক,নাৰ্ছ তথা স্বাস্থ্যকৰ্মীসকলে। তেওঁলোকক এইবাৰ অভিনন্দন জনালে গুগলে।

এটা বিশেষ ডুডলেৰে প্ৰথমশাৰীৰ কৰ’না যোদ্ধাসকলক ধন্যবাদ জনালে গুগলে।

ডুডলত এটা হাৰ্টৰ ইম’জি আছে য’ত মাউছ ঘুৰালেই আহে এক বাৰ্তা। তাত লিখা আছে, ‘’সকলো চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মী, আপোনালোকক ধন্যবাদ।

মাৰাত্মক ভাইৰাছত আটাইতকৈ অধিক আক্ৰান্ত হোৱাৰ সম্ভাৱনা চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলৰ।

ভাৰতকে ধৰি আন দেশসমূহতো চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মী কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। আনকি ইয়াৰে একাংশই মৃত্যুকো সাৱটি লৈছে।

জৰুৰীকালীন সেৱাত নিয়োজিত এই যোদ্ধাসকলৰ  সেৱাৰ প্ৰতি সন্মান জনাই সোমবাৰে গুগলে প্ৰস্তুত কৰিছে এই বিশেষ ডুডল।

ডুডলত লিখা ৰৈছে,’বিশ্বজুৰি মানুহৰ ওপৰত কোভিড-১৯য়ে প্ৰভাৱ পেলাইছে। মানুহ এই সময়ত ইজনে সিজনৰ কাষত আহি থিয় দিছে। সেই সকলকে শ্ৰদ্ধা আৰু সন্মান জনাবলৈ গুগলে এটি ছিৰিজ আৰম্ভ কৰিছে।‘’

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd