• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Google In Trouble: ৩০ দিনৰ ভিতৰত ১,৩৩৭ কোটি টকা জৰিমনা পৰিশোধ কৰিবই লাগিব গুগলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2023 7:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তথ্য প্ৰযুক্তি কোম্পানী গুগল (Google)ক অন্যায় বাণিজ্য পদ্ধতিৰ বাবে বৃহৎ পৰিমাণৰ ধন জৰিমনা বিহা হৈছিল। কম্পিটিশ্যন কমিছন অৱ ইণ্ডিয়াই (CCI)  ক্ষমতাৰ অপব্যৱহাৰৰ বাবে ১,৩৩৭.৭৬ কোটি টকাৰ জৰিমনা আৰোপ কৰিছিল। ইয়াৰ বিৰুদ্ধে গুগলে নেশ্যনেল কোম্পানী ল এপেলেট ট্ৰিবুনেল বা এনক্লেট-ত (NCLAT) আবেদন দাখিল কৰিছিল। কিন্তু সেই আৱেদনখন খাৰিজ কৰা হৈছে। এতিয়া এনক্লেটে জৰিমনাটো পৰৱৰ্তী ৩০ দিনৰ ভিতৰত পৰিশোধ কৰিবই লাগিব বুলি জনাই দিছে ।

দীৰ্ঘদিন ধৰি অভিযোগ কৰা হৈছিল যে গুগলে এণ্ড্ৰইড অপাৰেটিং চিষ্টেমত ইয়াৰ প্ৰভাৱ প্ৰয়োগ কৰি আছে। আগতেই চিচিআইয়ে কৈছিল যে ফোন নিৰ্মাতাসকলৰ ওপৰত থকা সকলো নিষেধাজ্ঞা আঁতৰাব লাগিব। এইটো জনোৱা হৈছিল যে ফোনত গুগল এপত প্ৰি-ইনষ্টল কৰাৰ চৰ্তটো আঁতৰাব লাগিব।

লগতে পঢ়ক: কুনো ৰাষ্ট্ৰীয় উদ্যানৰ নতুন অতিথি! চাৰিটা পোৱালী জগিল নামিবিয়াৰ পৰা অনা চিতাৰ (ভিডিঅ’ চাওক)

Apply Now

গুগলৰ বিৰুদ্ধে লগতে অভিযোগ উত্থাপিত কৰা হৈছিল যে গুগলক সকলো এণ্ড্ৰইড ডিভাইচত ডিফল্ট চাৰ্চ ইঞ্জিন হিচাপে ৰাখিবলৈ বাধ্য কৰা হৈছে। এই ভিত্তিত এইবাৰ ১৩৩৭.৭৬ কোটি টকাৰ জৰিমনা আৰোপ কৰা হৈছিল।

ইয়াৰ আগতে, গুগলৰ ওপৰত অনলাইন চাৰ্চত গুগল ক্ৰ’ম আৰু ইউটিউবৰ দৰে বিভিন্ন এপ্লিকেশ্বন আৰু এক প্ৰভাৱশালী কোম্পানী হিচাপে এণ্ড্ৰইড প্লে ষ্ট’ৰক অতিৰিক্ত সুবিধা দিয়াৰ অভিযোগ উত্থাপিত হৈছিল। অৱশ্যে, গুগলে দাবী কৰি আহিছে যে ইয়াৰ সকলো কাৰ্যকলাপ গ্ৰাহক সেৱাৰ সৈতে জড়িত। গুগলে কম্পিটিশ্যন কমিছন অৱ ইণ্ডিয়াৰ জৰিমনা আৰোপ কৰাৰ নিৰ্দেশৰ বিৰুদ্ধে এনক্লেটৰ ওচৰত আবেদন কৰিছিল।

লগতে পঢ়ক: বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

সেই আৱেদনখন আজি খাৰিজ কৰা হৈছে। এনক্লেটৰ অধ্যক্ষ ন্যায়াধীশ অশোক ভূষণ আৰু তথ্য প্ৰযুক্তি বিষয়ৰ সদস্য আলোক শ্ৰীবাস্তৱে কয় যে গুগলৰ কাৰ্যকলাপৰ ওপৰত চিজিআইৰ তদন্তত ন্যায় নীতিৰ কোনো উলংঘন হোৱা নাই। ফলস্বৰূপে, গুগলে ৩০ দিনৰ ভিতৰত ১,৩৩৭ কোটি টকাৰ জৰিমনা পৰিশোধ কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd