• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এতিয়াৰে পৰা ১০ টা ভাষাত ভাৰতীয় লোক সকলে ব্যৱহাৰ কৰিব পাৰিব গুগল মেপ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 27, 2021 12:48 pm

1 min read

এতিয়াৰে পৰা ১০ টা ভাষাত ভাৰতীয় লোক সকলে ব্যৱহাৰ কৰিব পাৰিব গুগল মেপ
324
VIEWS
Share on FacebookShare on Twitter

গুগল মেপ ব্যৱহাৰ কৰা ভাৰতীয় স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলে বৰ্তমানৰ পৰা ১০ টা ভাষাত গুগল মেপ ব্যৱহাৰ কৰিব পাৰিব।

যেতিয়া গুগল মেপ মাত্ৰ ইংৰাজী ভাষাতহে উপলব্ধ আছিল তেতিয়া বহু ইৰাংজী নজনা লোকে সমস্যাৰ সন্মুখিন হ’বলগীয়া হৈছিল।

বিভিন্ন ক্ষেত্ৰত ইয়াৰ অনুবাদ সঠিক নোহোৱা বাবেও ব্যৱহাৰকাৰী সকলে অসুবিধাত পৰিছিল।

এই সমস্যা সমাধান কৰাৰ বাবে গুগলে ১০ টা ভাষাত ভাৰতীয় সকলৰ কাৰণে গুগল মেপ চোৱাৰ সুবিধা কৰে।

এই দহটা ভাষা হ’ল ক্ৰমে- হিন্দী, বাংলা, মাৰাথী, তেলেগু, তামিল, গুজৰাটী, কানাড়া, মালায়লম, পাঞ্জাৱী আৰু ওড়িশা।

এতিয়াৰে পৰা ইৰাংজী নজনা লোক সকলেও গুগল মেপ ব্যৱহাৰ কৰি বিভিন্ন স্থানত উপস্থিত হ’ব পাৰিব।

গুগলে এই সুবিধাৰ দ্বাৰা ভাৰতৰ লাখ লাখ লোক উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰিছে।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd