• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গুগল পে’-এ ইউজাৰে ভৰিব লাগিব নেকি মাচুল? : কি ক’লে গুগলে? জানিবলৈ পঢ়ক…

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 25, 2020 7:28 pm

1 min read

google-1140x570
629
VIEWS
Share on FacebookShare on Twitter

গুগলে দিলে ভাৰতীয় গুগল পে’ ব্যৱহাৰকাৰীসকলক সুখবৰ। ভাৰতীয় ইউজাৰসকলে গুগল পে’ৰ দ্বাৰা ধন হস্তান্তৰ কৰিলে মাচুল ভৰিব নেলাগে। বুধবাৰে গুগলে ঘোষণা কৰিছে এই কথা।

কিছুদিনৰ পূৰ্বে গুগল পে’ৰ জৰিয়তে ধন হস্তান্তৰ কৰিলে ইউজাৰসকলে অতিৰিক্ত মাচুল ভৰিব লাগিব বুলি খবৰ উলাইছিল। বুধবাৰে গুগলে স্পষ্ট কৰিছে যে ভাৰতীয় গুগল পে’ ইউজাৰসকলে মাচুল ভৰিব নেলাগে।

গুগলে লগতে কয় যে আমেৰিকাৰ ইউজাৰসকলেহে গুগল পে’ৰ দ্বাৰা ধন হস্তান্তৰ কৰিলে মাচুল ভৰিব লাগিব।

উল্লেখ্যেে যে গুগলে নতুনকৈ ডিজাইন কৰাৰ গুগল পে’ৰ দুটা ভাৰ্চন সম্পূৰ্ণ কৰি তুলিছে। এই ভাৰ্চন দুটা হৈছে ক্ৰমে এণ্ডয়ড় আৰু iOS। এণ্ডডয়টো গুগলে ৰিডিজাইজন কৰিছে আৰু iOSটো কৰিছে এপলে।

অহা বছৰৰ পৰা গুগল পে’ৰ দুয়োটা ভাৰ্চন আমেৰিকাত মুকলি কৰা হ’ব আৰু মাৰ্কিন ইউজাৰসকলে গুগল পে’ ব্যৱহাৰ কৰাৰ বাবদ মাচুল ভৰিব লাগিব।

সংস্থাটোৱে ঘোষণা কৰি কয় যে গুগল পে’ৰ ‘পিয়াৰ টু পিয়াৰ’ পেমেন্ট সুবিধা অহা ২০২১ জানুৱাৰীত বন্ধ কৰা হ’ব।

গুগল পে’ৰ ৱেব এপটোক সংস্থাটোৱে বন্ধ কৰিছে। আগন্তুক বৰ্ষৰ পৰা pay.google এপৰ জৰিয়তে ধন হস্তান্তৰ কৰাটো বন্ধ কৰিব সংস্থাটোৱে।

ইয়াৰ বিপৰীতে ধন হস্তান্তৰ কৰিবলৈ ইউজাৰসকলে কেৱল গুগল পে’ ব্যৱহাৰ কৰিব লাগিব।

Recent News

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

কোটিপতিৰ সংখ্যাৰে অসম বিধানসভাত একক সংখ্যা গৰিষ্ঠ বিধায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd