• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 22, 2021 2:26 pm

1 min read

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান
242
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াত ঐতিহাসিক টেষ্ট শৃংখলা দখল কৰা ভাৰতীয় দলক গুগলে এক বিশেষ ধৰণেৰে শুভেচ্ছা জনোৱা কাৰ্যই তীব্ৰ চৰ্চাৰ বিষয় হৈ পৰিছে।

যেতিয়া কোনোবাই গুগলত ভাৰতীয় ক্ৰিকেট দল বুলি চাৰ্চ কৰে তেন্তে তেওঁক ভাৰ্চুৱেল ফটকাৰে স্বাগতম জনোৱা হয়।

গুগলে টুইটাৰৰ জৰিয়তে এই কথা ঘোষণা কৰে।

বুধবাৰে কৰা টুইটত গুগলে কয় যে এতিয়াও ভাৰতৰ জয়ৰ আনন্দ উল্লাস কৰি আছে? আমিও।

গুগলৰ চিইঅ’ সুন্দৰ পিচাই, মাইক্ৰ’ছফ্টৰ চিইঅ’ সত্যা নডেলাইও ভাৰতীয় দলৰ এই ঐতিহাসিক বিজয়ত শুভেচ্ছা জ্ঞাপন কৰিছে।

সুন্দৰ পিচাইয়ে টুইট কৰি কয়, ‘এইপৰ্যন্ত জয় হোৱা টেষ্ট শৃংখলাৰ এইটো অন্যতম সৰ্বশ্ৰেষ্ঠ। ভাৰতীয় দলক শুভেচ্ছা আৰু অষ্ট্ৰেলিয়াও ভাল খেলিছে’।

ইফালে নডেলাই টুইটযোগে অন্তিম টেষ্টখনৰ অন্তিম দিনাৰ অন্তিম ঘণ্টাটো বহু দিনলৈ মনত থাকিব বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে ভাৰতীয় দলে অষ্ট্ৰেলিয়াক ২-১ৰ ব্যৱধানত পৰাস্ত কৰি ব’ৰ্ডাৰ-গাভাস্কাৰ টেষ্ট শৃংখলাটো ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে দখল কৰে।S

Recent News

index.jpgaa

বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

210228015049-03-myanmar-protest-0228-mandalay-exlarge-169

ৰক্তাক্ত ম্যানমাৰ : আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী; গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd