• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন নেখেলো বুলি কৈ নিজৰ গুৰুত্ব বঢ়াই পুনৰ নিৰ্বাচন খেলে’—কোনে কৰিলে এই মন্তব্য?

NE NOW NEWS মীনাক্ষী ফুকন
গোলাঘাট , February 22, 2021 1:22 pm

1 min read

IMG_20210221_171956
306
VIEWS
Share on FacebookShare on Twitter

‘ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন নেখেলো বুলি কৈ নিজৰ গুৰুত্ব বঢ়াই পুনৰ নিৰ্বাচন খেলে’— এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

কংগ্ৰেছৰ অসম বচাওঁ আহক কাৰ্য্যসূচীৰ অধীনত দেওবাৰে গোলাঘাটত অনুস্থিত হয় এক বৃহৎ জনসভা।

গোলাঘাট বিধানসভা সমষ্টিৰ ঊষা গৰঙা চাহ বাগিচা খেলপথাৰত অনুস্থিত জনসভাখনত প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ সমাগম হয়।

অজন্তা নেওগৰ বিজেপি গমনৰ পাছত সমষ্টিটোত কংগ্ৰেছৰ হৃত গৌৰৱ উদ্ধাৰৰ ক্ষেত্ৰত  এই জনসভাখনে বিশেষ তাৎপৰ্য বহন কৰিছে।

সভাত প্ৰদেশ কংগ্ৰেছৰ একাংশ ৰথী মহাৰথীৰ লগতে উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা AICC ৰ সম্পাদক মুকুল ৱাচনিক।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰ, অজয় ফুকন আদি নেতাই নিজা ভাষণত  প্ৰসংগত শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰি আগন্তুক নিৰ্বাচনত কংগ্ৰেছ মিত্ৰজোঁটেই চৰকাৰ গঠন কৰিব বুলি দাবী কৰে।

কুইপৰ দুই বিষয়াক মুকলি কৰি অনাৰ স্বাৰ্থত গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ লিখিছে  বুলি উক্ত সভাতে জানিবলৈ দিয়ে সাংসদ গৌৰৱ গগৈয়ে।

ভাষণ প্ৰসংগত   তেওঁ ৰাজ্যৰ স্বাস্থ্য- শিক্ষা আদি দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ  কৰি কয় যে শৰ্মাই নিৰ্বাচন নেখেলো বুলি কৈ নিজৰ গুৰুত্ব বঢ়াই লয় আৰু পিছত পুনৰ নিৰ্বাচন খেলে।

Recent News

accident jaiguru

আমিনগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; দুজন গুৰুতৰভাৱে আহত

IMG-20210306-WA0000

বোকাখাতত বন বিভাগৰ অভিযান: চোৰাং কাঠসহ দুখন পিক আপ ভান জব্দ

WhatsApp Image 2021-03-06 at 12.01.05 PM

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

cat-flight

মেকুৰীৰ আক্ৰমণৰ বাবে জৰুৰীকালীনভাৱে বিমান অৱতৰণ কৰিবলৈ বাধ্য হ’ল পাইলট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd