• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘গুৰু পূজা’ অনুষ্ঠানক লৈ কেৰালাত চৰকাৰ আৰু ৰাজ্যপালৰ মাজত মতবিৰোধ! চৰকাৰ এই পূজাৰ বিৰোধী হোৱাৰ বিপৰীতে ৰাজ্যপালে কৰিছে সমৰ্থন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2025 3:20 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘গুৰু পূজা’ ভাৰতীয় সংস্কৃতিৰ অংশ হিচাপে আমি আমাৰ গুৰুৰ চৰণত ফুল আগবঢ়াই দিওঁ। কেৰেলাত গুৰু পূজাক লৈ চৰকাৰ আৰু ৰাজ্যপালে ভিন্ন মত আগবঢ়াইছে। ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে কেৰালাৰ দুখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে কৰা গুৰু পূজাৰ প্ৰথাক সমৰ্থন কৰিছে।

কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে দেওবাৰে ‘গুৰু পূজা’ৰ প্ৰথাক কঠোৰভাৱে সমৰ্থন কৰি কয় যে “শিক্ষকৰ ভৰিত ফুল আগবঢ়োৱাটো ভাৰতীয় সংস্কৃতিৰ অংশ”।

Apply Now

শেহতীয়াকৈ, কেৰালাত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ দুখন বিদ্যালয়ত ‘পদা পূজা’ (ভৰি ধোৱা অনুষ্ঠান)ৰ ঘটনাক গৰিহণা দিয়াৰ পিছতে আৰ্লেকাৰৰ এই মন্তব্য।

ৰাজ্য চৰকাৰে দিয়া গৰিহনাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ৰাজ্যপাল আৰ্লেকাৰে কয় যে এই লোকসকল কি সংস্কৃতিৰ পৰা আহিছে সেয়া মই বুজি নাপাওঁ বুলি কোৱা কথা সংবাদ সংস্থা পিটি আইয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য যে, বালাৰামাপুৰমত সোঁপন্থী সংগঠন বালাগোকুলামে আয়োজন কৰা এক অনুষ্ঠানত ভাষণ দি আৰ্লেকাৰে কয়, “গুৰু পূজা আমাৰ সংস্কৃতিৰ অংশ য’ত আমি আমাৰ গুৰুৰ ভৰিত ফুল আগবঢ়াইছো। কিন্তু কিছুমান মানুহে ইয়াৰ বিৰুদ্ধে আপত্তি কৰিছে। যদি আমি আমাৰ সংস্কৃতি পাহৰি যাওঁ তেন্তে আমি নিজকে পাহৰি যাম।”

শনিবাৰে কেৰেলাৰ শিক্ষামন্ত্ৰী ভি শিৱনকুট্টিয়ে ছাত্ৰ-ছাত্ৰীক অৱসৰপ্ৰাপ্ত শিক্ষকৰ ভৰি ধুবলৈ কোৱাৰ খবৰ পাই আচৰিত ভাবে মন্তব্য প্ৰকাশ কৰে। শিৱনকুট্টিয়ে এই কাৰ্য্যক নিন্দনীয় আৰু গণতান্ত্ৰিক মূল্যবোধৰ বিৰুদ্ধে বুলি অভিহিত কৰে।

চিপি আই ৰ ৰাজ্যিক সম্পাদক এম ভি গোবিন্দনে ও এই অনুষ্ঠানক কেৰালাৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক তন্ত্ৰ ধ্বংস কৰাৰ, আৰ এছ এছৰ এজেণ্ডাৰৰ অংশ বুলি অভিযোগ উত্থাপন কৰিছে।

বিশেষকৈ আৰ এছ এছৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহত নৱ প্ৰজন্মৰ মাজত ভাল মানসিকতা বজাই ৰখাৰ লক্ষ্যৰে এনেধৰণৰ প্ৰথাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ কয়।

আৰ্লেকাৰৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সাধাৰাণ সম্পাদক কে চি ভেনুগোপালে কয় “স্কুলীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষকৰ ভৰি ধুবলৈ দিয়া ৰাজ্যপালৰ এই সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰা কেৰালাৰ বাবে লজ্জাজনক।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd