• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টেলিকম কোম্পানী ভোডাফোন আইডিয়াৰ শ্বেয়াৰ ক্ৰয় কৰিব ভাৰত চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2022 3:58 pm
Vodafone Idea
210
VIEWS
Share on FacebookShare on Twitter

দেশৰ টেলিকম ক্ষেত্ৰখনৰ বাবে এটা বৃহৎ খবৰ। ভোডোফোন আইডিয়াৰ এটা বৃহৎ অংশ শ্বেয়াৰ ক্ৰয় কৰিবলৈ ওলাইছে ভাৰত চৰকাৰে।

দেশৰ অন্যতম বৃহৎ টেলিকম কোম্পানীটোৱে এই কথা সদৰী কৰিছ। এই শ্বেয়াৰৰ পৰিমাণ ৩৫.৮ শতাংশ হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য ব্ৰিটিছ টেলিকম সংস্থা ভোডাফোন আৰু ভাৰতীয় সংস্থা আদত্যি বিৰলাৰ আইডিয়া গ্ৰুপ লগ হৈ ভোডাফোন আইডিয়া গঠিত হৈছিল। ২০১৭ চনত একলগ হোৱা কোম্পানী দুটাৰ শ্বেয়াৰ আছে ইয়াত।

এতিয়া ভাৰত চৰকাৰে বৃহৎ পৰিমাণৰ শ্বেয়াৰ ক্ৰয় কৰাৰ পাছত কোম্পানী দুটাৰ শ্বেয়াৰৰ পৰিমাণ এনেধৰণৰ হ’ব- ভোডাফোনৰ থাকিব ২৮.৫ শতাংশ আৰু আইডিয়া গ্ৰুপৰ থাকিব ১৭.৮ শতাংশ।

বাকীখিনি শ্বেয়াৰ থাকিব অন্যান্য শ্বেয়াৰ হোল্ডাৰসকলৰ হাতত। বৰ্তমানলৈকে কোম্পানী দুটাৰ শ্বেয়াৰৰ পৰিমাণ এনেধৰণৰ- ভোডাফোনৰ ৪৪.৩৯ শতাংশ আৰু আইডিয়া গ্ৰুপৰ ২৭.৬৬ শতাংশ।

কিন্তু কিয় চৰকাৰে ক্ৰয় কৰিবলৈ উলাইছে ভোডাফোন আইডিয়াৰ শ্বেয়াৰ? ইয়াৰ কাৰণ হৈছে ভাৰত চৰকাৰক ভোডাফোন আইডিয়াই ৫০ হেজাৰ কোটি টকাৰ ৰাজহ পৰিশোধ কৰিবলৈ আছে।

সেয়ে কোম্পানীটোৱে সিদ্ধান্ত লয় যে চৰকাৰক দিব লগা টকাখিনি শ্বেয়াৰলৈ পৰিণত কৰা হওক। অৰ্থাৎ ভাৰত চৰকাৰক এই বৃহৎ পৰিমাণৰ শ্বেয়াৰ হোল্ডাৰ হিচাপে ৰখা হ’ব।

আনহাতে, ভোডাফোন আইডিয়াৰ উপৰিও দেশৰ আন এটা টেলিকম কোম্পানী হৈছে ভাৰতী এয়াৰটেল। ভাৰতী এয়াৰটেলৰো চৰকাৰক টকা পৰিশোধ কৰিবলৈ বাকী আছে।

অৱশ্যে ভাৰতী এয়াৰটেল কোম্পানীয়ে ভোডাফোন আইডিয়াৰ দৰে কোনো সিদ্ধান্ত লোৱা নাই।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd