DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় ৰেডিঅ’ এষ্ট্ৰ’নোমিৰ পিতৃ পুৰুষ প্ৰখ্যাত বিজ্ঞানী গোবিন্দ স্বৰূপৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2020 10:06 pm
গোবিন্দ স্বৰূপ

গোবিন্দ স্বৰূপ

234
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ৰেডিঅ’ এষ্ট্ৰ’নোমিৰ পিতৃ পুৰুষ গোবিন্দ স্বৰূপৰ সোমবাৰে ৯১ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

বাৰ্ধক্যজনিত অসুস্থতাত ভুগি থকা প্ৰখ্যাত বিজ্ঞানী গৰাকীয়ে পুনেৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে।

গোবিন্দ স্বৰূপ টাটা ইষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্ছৰ নেশ্যনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰ’ফিজিক্সৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল।

প্ৰখ্যাত বিজ্ঞানী গোবিন্দ স্বৰূপে অ’টি ৰেডিঅ’ টেলিস্কোপ আৰু মেটৰৱেভ ৰেডিঅ’ টেলিস্কোপ প্ৰস্তুত কৰি উলিয়াইছিল

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোবিন্দ স্বৰূপৰ মৃত্যুত শোক ব্যক্ত কৰাৰ লগতে তেখেতৰ মহান বৈজ্ঞানীক কৰ্মৰাজিয়ে বিশ্বৰ আকৰ্ষণ লাভ কৰিবলৈ সক্ষম হৈছিল বুলি মত ব্যক্ত কৰে।

আনহাতে, ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও গোবিন্দৰ মৃত্যুত শোক ব্যক্ত কৰি বিশ্বই এগৰাকী আগশাৰীৰ জ্যোতিৰ্বিদ হেৰুৱালে বুলি উল্লেখ কৰে।

গোবিন্দ স্বৰূপমৰ মৃত্যুত প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতিৰ লগতে দেশৰ বিভিন্ন বিজ্ঞানীয়ে গভীৰ শোক ব্যক্ত কৰে।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd