• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

সুনীতাই সদায় পৰিয়ালক অতি গুৰুত্ব দি আহিছে। তেওঁ সদায় কৈ আহিছে যে তেওঁ গোবিন্দাৰ প্ৰেমত তেওঁ পাগল, গোবিন্দাৰ অবিহনে তেওঁ জীয়াই থাকিব নোৱাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2026 11:56 am
112
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোবিন্দা আৰু সুনীতা আহুজাৰ মাজত থকা অশান্তিৰ কথা প্ৰায়ে পোহৰলৈ আহে। যদিও গোবিন্দাই কেতিয়াও ৰাজহুৱা স্থানত পত্নীৰ সৈতে সম্পৰ্কৰ কথা ক’ব নিবিচাৰে। এসময়ত তেওঁ কৈছিল যে সুনীতাই পৰিয়ালৰ কথাতকৈ ঘৰৰ বাহিৰৰ মানুহৰ কথা বেছি শুনে। তেওঁ এটা ফান্দত পৰিছে আৰু সেই কথা তেওঁ বুজি পোৱা নাই। সেইবাবেই মুকলিকৈ তেওঁ আৰু গোবিন্দাৰ সম্পৰ্কৰ কথা কৈছে। এইটো একেবাৰে সঠিক নহয়।

অৱশ্যে গোবিন্দাই এই কথা কোৱাৰ পাছতো সুনীতাই তেওঁৰ আৰু গোবিন্দাৰ সম্পৰ্কক লৈ অকপট কথা কোৱা বন্ধ নকৰিলে। অৱশ্যে এইবাৰ পাপাৰাজীৰ সন্মুখত আহি সুনীতা আহুজাই নিজৰ সম্পত্তিৰ কথাও ক’লে। তেওঁ ক’লে, তেওঁৰ সকলো সম্পত্তি কোনে পাব?

Apply Now

শেহতীয়াকৈ কোলাত নিজৰ পোহনীয়া কুকুৰটো লৈ পাপাৰাজীৰ সন্মুখলৈ আহিছিল সুনীতা। তাত তেওঁ ক’লে যে তেওঁ নিজৰ পোহনীয়া জন্তুটোক আটাইতকৈ বেছি ভাল পায়। কাৰণ একমাত্ৰ সিয়েই সুনীতাক সদায় সংগ দিয়ে, সদায় তেওঁৰ লগত থাকে। সেইবাবেই তেওঁ সিদ্ধান্ত লৈছে যে তেওঁৰ সকলো সম্পত্তি তেওঁৰ পোহনীয়া জন্তুটোৰ নামতে লিখি থৈ যাব।

সুনীতাই কেৱল ধেমালিতে এই কথা কৈছে। সুনীতাৰ সন্তান আছে, তেওঁলোকৰ কথা সুনীতাই কেইবাবাৰো উল্লেখ কৰিছে। অৱশ্যে আজিকালি গোবিন্দাই ব্যক্তিগত বিষয়ৰ কথা ক’ব নিবিচাৰে। তেওঁ কয় যে তেওঁ কামত মনোনিৱেশ কৰিব বিচাৰে, নিজৰ ওপৰত কাম কৰিব বিচাৰে। তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ কথা ক’ব নিবিচাৰে।

আনহাতে সুনীতাই সদায় কয় যে তেওঁ ৰন্ধা-বঢ়া কৰি বৰ ভাল পায়। সম্প্ৰতি ‘মা হায় না’ নামৰ ৰন্ধন অনুষ্ঠান এটাত কাম কৰি আছে। অনুৰাগীসকলেও তেওঁৰ কামবোৰ অতিশয় ভাল পাইছে।

১৯৮৭ চনত গোবিন্দা আৰু সুনীতাৰ বিবাহ হয়।কিন্তু সেই সময়ত তেওঁলোকে এই বিবাহ ৰাজহুৱা কৰা নাছিল। কেইবাটাও কাৰণত তেওঁলোকে বিবাহ ৰাজহুৱা কৰিব বিচৰা নাছিল। তেওঁলোকৰ কন্যা টিনাৰ জন্মৰ সময়ত গোবিন্দাই তেওঁৰ পত্নীক সকলোৰে আগত লগত চিনাকি কৰাই দিছিল।

তাৰপিছত তেওঁলোকৰ পুত্ৰ যশবৰ্ধনৰ জন্ম হয়। সুনীতাই সদায় পৰিয়ালক অতি গুৰুত্ব দি আহিছে। তেওঁ সদায় কৈ আহিছে যে তেওঁ গোবিন্দাৰ প্ৰেমত তেওঁ পাগল, গোবিন্দাৰ অবিহনে তেওঁ জীয়াই থাকিব নোৱাৰে।

অৱশ্যে বৰ্তমান গোবিন্দাৰ সৈতে তেওঁৰ সম্পৰ্ক সমস্যাৰ মাজেৰে পাৰ হৈ গৈছে। সুনীতাই কেইবাবাৰো অভিযোগ কৰিছে যে গোবিন্দা আন এটা সম্পৰ্কত জড়িত হৈ আছে, যাৰ বাবে সুনীতাৰ লগত তেওঁ এতিয়া নাথাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd