• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আয়োগ গঠনৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান চৰকাৰৰ : সদৌ তিৱা ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্সূচী বাতিল

NE NOW NEWS চানু গগৈ
মৰিগাঁও , November 25, 2020 9:00 pm

2 min read

gettyimages-1205063916-612x612

প্ৰতিনিধিত্বমূলক ছবি

1.1k
VIEWS
Share on FacebookShare on Twitter

সদৌ তিৱা ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্সূচী বাতিল। অহা ১৭ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন সম্পূৰ্ণ অসাংবিধানিক, অবৈধ আখ্যাৰে এই নিৰ্বাচন বৰ্জনৰ দাবীৰে সদৌ তিৱা ছাত্ৰ সন্থা আৰু সহযোগী দল,সংগঠনসমৃহে কৰা প্ৰতিবাদ তথা আন্দোলন সাময়িকভাৱে বাতিল কৰা হৈছে।

আজি দিছপুৰৰ সচিবালয়ৰ সভাকক্ষত অসম চৰকাৰৰ ভৈয়াম জনজাতি ও পিছপৰা শ্ৰণীৰ কল্যাণ বিভাগৰ আয়ুক্ত সচিব আৰু বিভাগৰ অন্য বিষয়াৰ লগত সদৌ তিৱা ছাত্ৰ সন্থৰ এখনি সৌহাদ্যপূৰ্ণ বৈঠকত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে ছাত্ৰ সংগঠনটোৰ সম্পাদক চেনি ৰাম মালাঙে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত মালাঙে কয় যে তিৱা স্বায়ত্ত পৰিষদৰ পৰা বাদ পৰি ৰোৱা তিৱা তথা জনজাতি গাঁওসমূহ অন্তৰ্ভূক্ত কৰা আৰু তিৱা পৰিষদত অবাঞ্ছিতভাৱে অন্তৰ্ভূক্ত হোৱা অজনজাতি গাঁওসমূহ পৰিষদৰ পৰা বাদ দিয়াৰ সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ বিভাগৰ আয়ুক্ত সচিব আৰু তিৱা সংগঠনৰ দুগৰাকী সদস্যক অন্তৰ্ভূক্ত কৰি এখন আয়োগ গঠন হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

ইয়াৰ উপৰিও স্বায়ত্ত পৰিষদৰ এলেকাক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ সন্দৰ্ভত আগন্তুক বিটিআৰ আৰু তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ পিছতে কেবিনেট মন্ত্ৰী গোটৰ সভা অনুষ্ঠিত কৰাৰো এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

ইফালে আলোচনা কালত তিৱা পৰিষদ এলেকাক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইনৰ পৰা বাদ দিয়াৰ বাবে ভৈয়াম জনজাতি পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা বিষয়ে আলোচনা কৰা হয়।

ইয়াৰ উপৰি তিৱা পৰিষদৰ নিৰ্বাচনত জনজাতি সংৰক্ষিত এলেকা হ্ৰাস কৰা আদি বিষয় সমূহো আলোচনা কৰা হয়। ইফালে আজি অনুষ্ঠিত হোৱা আচোলচনাৰ বিষয়বোৰ যদি নিৰাময়ৰ ব্যৱস্থা নকৰে তেতিয়া হ’লে অনাগত সময়ত পুনৰ আন্দোলনৰ সকীয়নি প্ৰদান কৰে চৰকাৰক। এই কথা বিবৃতিৰ জৰিয়তে ছাত্ৰ সংগঠনোৰ সাধাৰণ সম্পাদক চেনি ৰাম মালাঙে জানিবলৈ দিয়ে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd