• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰকাৰে বৃদ্ধি কৰিলে হাইড্ৰক্সিক্লৰ’কুইন ব্যৱহাৰৰ পৰিসৰ; কোনে কোনে কৰিব পাৰে ব্যৱহাৰ?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 23, 2020 10:33 am

2 min read

hydroxychloroquine-750x375

হাইড্ৰক্সিক্লৰ'কুইনৰ প্ৰতিনিধিত্বমূলক ফটো।

36.3k
VIEWS
Share on FacebookShare on Twitter

হাইড্ৰক্সিক্লৰ’কুইনৰ ওপৰত ভাৰত চৰকাৰ আস্থা অটুট আছে। ভাৰতত স্বাস্থ্যকৰ্মীসকলৰ কৰ’নাৰ পৰা ৰক্ষা পোৱাৰ বাবে হাইড্ৰক্সিক্লৰ’কুইন ব্যৱহাৰ কৰাৰ অনুমতি আছে।

এতিয়া চৰকাৰে হাইড্ৰক্সিক্লৰ’কুইনৰ ব্যৱহাৰৰ পৰিসৰ বৃদ্ধি কৰি দিছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে শুকুৰবাৰে জাৰি কৰা এক পৰামৰ্শাৱলীত এতিয়া লক্ষণবিহীন স্বাস্থ্যসেৱা তথা প্ৰথমশাৰীৰ কৰ্মীসকলকো হাইড্ৰক্সিক্লৰ’কুইন ল’বলৈ কোৱা হৈছে।

চৰকাৰে এইমছৰ ফালৰ পৰা কোভিড-১৯ৰ বাবে গঠন কৰা নেশ্যনেল টাস্ক ফ’ৰ্চৰ দ্বাৰা হাইড্ৰক্সিক্লৰ’কুইনৰ সুৰক্ষিত ব্যৱহাৰৰ ফলাফলৰ সমীক্ষাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

চৰকাৰৰ সংশোধিত পৰামৰ্শাৱলী অনুসৰি কোভিড-১৯ হাস্পাতলৰ বাহিৰৰ হাস্পাতলত কাম কৰা লক্ষণবিহীন স্বাস্থ্যকৰ্মী, কন্টেইমেন্ট জ’নত নিৰীক্ষণত নিযুক্ত প্ৰথমশাৰীৰ কৰ্মীসকল আৰু কৰ’না ভাইৰাছ সংক্ৰমণৰ সৈতে জড়িত হৈ থকা আৰক্ষী তথা অৰ্দ্ধসামৰিক লোকসকলকো হাইড্ৰক্সিক্লৰ’কুইন দৰৱ ল’বলৈ পৰামৰ্শ দিয়া হৈছে।

আইচিএমআৰে এই সংশোধিত পৰামৰ্শাৱলী জাৰি কৰিছে।

অৱশ্যে, দৰৱ সেৱনৰ ফলত মিছাতেই সুৰক্ষাৰ ভাৱনা সৃষ্টি হোৱা উচিত নহয় বুলিও কোৱা হৈছে।

এই পৰামৰ্শাৱলী অনুসৰি, কৰ’না প্ৰভাৱিত তথা কৰ’না প্ৰভাৱৰ বাহিৰত থকা অঞ্চলত কাম কৰি থকা সকলো স্বাস্থ্যকৰ্মীকে এই দৰৱ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে।

উল্লেখযোগ্য যে শুকুৰবাৰে মেডিকেল জাৰ্ণেল লেনচেটে দাবী কৰিছিল যে কোভিড-১৯ ৰোগীক হাইড্ৰক্সিক্লৰ’কুইন দৰৱ দিলে তাৰ নিশ্চিত ফলাফল লাভৰ কোনো প্ৰমান নাই।

Tags: COVID-19

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd