• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গ্ৰেমী এৱাৰ্ড ২০২১ : উজ্বলি উঠিল বৰ্ণবিদ্বেষবিৰোধী সংগীত, বিয়ন্সৰ নতুন অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2021 5:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে চলিত বৰ্ষৰ ৬৩সংখ্যক গ্ৰেমী এৱাৰ্ড ঘোষণা কৰা হয়।

লজ এঞ্জেলছ সীমিতসংখ্যক লোকৰ উপস্থিতি আৰু অনলাইন অনুষ্ঠানৰ যোগেৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘দ্যা ৰেকৰ্ডিং একাডেমী’য়ে বিশ্বৰ সংগীতজগতলৈ আগবঢ়োৱা এৱাৰ্ডটোৰ বিজয়ীসকৰ নাম ঘোষণা কৰি এৱাৰ্ড প্ৰদান কৰা হয়।

Apply Now

আমেৰিকাৰ পপষ্টাৰ টেইলৰ চুইফটে ‘ফকলৰ’ (Folklore)য়ে বৰ্ষশ্ৰেষ্ঠ এলবামৰ সন্মান লাভ কৰে।

ইয়াৰোপৰি অন্যান্য কেইটামান শিতানত শ্ৰেষ্ঠ বিবেচিত হোৱা শিল্পীসকল-

বৰ্শশ্ৰেষ্ঠ ৰেকৰ্ড হিচাপে বিবেচিত হয় বিল্লী এইল্লিছৰ ‘এফ্ৰীথিং আই ৱাণ্টেড’।

বৰ্ষশ্ৰেষ্ঠ গান হিচাপে বিবেচিত হয়- এইচ.ই.আৰ. (H.E.R)-ৰ ‘আই কাণ্ট ব্ৰেথ’।

বৰ্ষশ্ৰেষ্ঠ নৱাগত শিল্পী- মেগান ডি ষ্টেলিয়ন

 বৰ্ষশ্ৰেষ্ঠ মিউজিক ভিডিঅ’- বিয়ন্সৰ ‘ব্ৰাউন স্কীন গাৰ্ল’।

উল্লেখযোগ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ পপ মিউজিকৰ সম্ৰাজ্ঞীস্বৰূপ বিয়ন্সে সমগ্ৰ কেৰিয়াৰত ২৮ বাৰৰ বাবে গ্ৰেমী সন্মান লাভ কৰিলে।

কৃষ্ণাংগমূলীয় শিল্পীগৰাকীয়ে এইবাৰ দুটাকৈ শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে।

ইয়াৰ ফলস্বৰূপে তেওঁ এৱাৰ্ডটোৰ ইতিহাসৰ বিভিন্ন শিতানত আটাইতকৈ বেছি সন্মান লাভ কৰা সংগীতশিল্পী হিচাপে অভিলেখ সৃষ্টি কৰিছে।

আনহাতে ‘ফকলৰ’ এলবামেৰে শ্ৰেষ্ঠতা অৰ্জতা কৰা টেইলৰ চুইফটেও আন এক অভিলেখ সৃষ্টি কৰিছে।

তেওঁ প্ৰথমগৰাকী নাৰী শিল্পী হিচাপে বিবেচতি হয় যি তিনি বাৰৰ বাবে শ্ৰেষ্ঠ এলবামৰ সন্মান লাভ কৰিছে।

ইয়াৰ পূৰ্বে তেওঁ ২০১০ চনত ‘ফিয়েৰলেছ’ আৰু ২০১৬ চনত ‘১৯৮৯’ শীৰ্ষক এলবামৰ বাবে এই সন্মান লাভ কৰিছিল।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কেৱল তিনিজন শিল্পীয়ে তিনিবাৰৰ বাবে এই সন্মান লাভ কৰিছিল।

তেওঁলোক হ’ল- ফ্ৰাংক চিনাট্ৰা, প’ল চিমন আৰু ষ্টিভী ৱণ্ডাৰ।

আনহাতে, এইবাৰৰ গ্ৰেমী এৱাৰ্ডত বৰ্ণবিদ্বেষবিৰোধী সংগীতে প্ৰাধান্য লাভ কৰিছে।

শ্ৰেষ্ঠ ‘ৰিডম এণ্ড ব্লুজ পাৰফৰ্মেন্সৰ বাবে বিয়নে লাভ কৰে শ্ৰেষ্ঠতাৰ সন্মান।

তেওঁ ‘ব্লেক পেৰেড’ নামৰ বৰ্ণবিদ্বেষবিৰোধী গানৰ বাবে এই সন্মান লাভ কৰিছে।

আনহাতে যোৱা বছৰ আমেৰিকাত হোৱা বৰ্ণবিদ্বেষবিৰোধী ‘ব্লেক লাইভছ মেটাৰ’ আন্দোলনৰ শ্লোগানৰ অনুপ্ৰেৰণাত এইচ.ই.আৰ.ৰ গান ‘আই কাণ্ট ব্ৰেথ’ শীৰ্ষক গানটোৱে শ্ৰেষ্ঠ গান হিচাপে সন্মানিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd