• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ : পুনৰ নিৰ্বাচনী আয়োগৰ কাষ চাপিলে কংগ্ৰেছ মহাজোঁট

'কেয়াৰ-টেকাৰ চৰকাৰ হৈয়ো উপায়ুক্ত বা আন বিষয়াসকলক নিৰ্দেশ দিব পাৰিব?' ৰিপুন বৰাৰ প্ৰশ্ন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 25, 2021 5:32 pm
175850471_2964699650412295_7568401687319871358_n
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘা কৰাৰ গুৰুতৰ অভিযোগ তুলি জনতা ভৱনত উপস্থিত হয় কংগ্ৰেছ মহাজোঁটৰ এটা দল।

জনতা ভৱনত থকা নিৰ্বাচনী আয়োগৰ অস্থায়ী কাৰ্যালয়ত মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰি দুখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে কংগ্ৰেছ মহাজোঁটৰ নেতৃত্বই।

Apply Now

স্মাৰক পত্ৰ প্ৰদান কৰি আহি সংবাদ মাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় ‘বৰ্তমানৰ চৰকাৰখন কেয়াৰটেকাৰ চৰকাৰ৷এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু বিভিন্ন মন্ত্ৰীয়ে কেনেকৈ উপায়ুক্ত বা আন চৰকাৰী বিষয়াসকলক নিৰ্দেশ দিব পাৰিব বা আলোচনা কৰিব পাৰিব? তেওঁলোকে বিভিন্ন জিলাৰ উপায়ুক্ত আৰু বিষয়াক সাক্ষাৎ কৰি কোভিড পৰিস্থিতি আলোচনা কৰি নিৰ্বাচনী বিধি উলংঘা কৰিছে।‘

এইবোৰ আলোচনা কৰিবলৈ ৰাজ্যৰ মুখ্য সচিব আৰু স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকল আছে তথা তেওঁলোকেহে এই সন্দৰ্ভত সিদ্ধান্ত ল’ব লাগে বুলি দাবী কৰে ৰিপুন বৰাই।

আনহাতে, যদি জিলা উপায়ুক্তৰ সৈতে কিবা আলোচনা কৰিবলৈ থাকে তেন্তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কৰিব পাৰে বুলি দাবী তোলে ৰিপুন বৰাই।

ইপিনে, কৰোনাৰ অচিলা লৈ তেওঁলোকে ইভিএমৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি সন্দেহ কৰি বৰাই পুনৰ কয় ‘এই ক্ষেত্ৰত নিৰ্বাচনী আয়োগক ব্যৱস্থা ল’বলৈ আমি দুখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰিছো৷’

ইয়াৰোপৰি, বেলি মাৰ যোৱাৰ আগেয়ে ভোট গণনা শেষ হ’ব লাগে বুলি নিৰ্বাচনী আয়োগৰ ওচৰত দাবী তোলে কংগ্ৰেছে। ইয়াৰ লগতে কাউন্টিঙ টেবুলৰ সংখ্যা সমষ্টি অনুযায়ী তথা পোলিং ষ্টেছন বেছি থকা ঠাইত টেবুলৰ সংখ্যা বৃদ্ধি কৰিবলৈ কংগ্ৰেছে দাবী জনায় বুলি ৰিপুন বৰাই উল্লেখ কৰে।

আনহাতে, বৰ্তমান মডেল ক’ড অৱ কনডাক্ট চলি থকা সময়ত মুখ্যমন্ত্ৰীয়ে কেনেকৈ সকলো জিলাৰ উপায়ুক্তক লগত লৈ বৈঠক কৰিব পাৰিব? বুলি সংবাদ মাধ্যমৰ আগত প্ৰশ্ন কৰি কংগ্ৰেছী প্ৰাৰ্থী ভূপেন বৰাই কয় ‘ক’ভিডৰ গয়না লৈ বিজেপিয়ে আন বেলেগ ৰাজনীতি আৰম্ভ কৰিছে। প্ৰয়োজনত পৰ্যাপ্ত পৰিমাণৰ বিষয়া গণনা কক্ষত নিয়োগ কৰিব লাগে যাতে ভোট গণনাত বেমেজালি নহয়৷’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd