• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দৈজিঙৰ মঞ্চত গ্ৰে’ট খালিক আদৰণি সোণোৱালৰ, আৰম্ভ হিমেশ ৰেশমিয়াৰ শ্ব’

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2018 5:52 pm
dwijing fest assam

দৈজিং মহোৎসৱৰ শনিবাৰে মঞ্চত খালিক আদৰণি সোণোৱালৰ। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিৰাং জিলাৰ আই নদীৰ পাৰত উদুলি মুদুলি দৈজিং মহোৎসৱৰ মঞ্চত শনিবাৰে এমেৰিকান মল্লযুঁজ শ্ব’ ডব্লিউ ডব্লিউ ইৰ তাৰকা দলীপ সিং ওৰফে গ্ৰে’ট খালিক আদৰণি জনাই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সন্ধিয়া প্ৰায় ৫ বজাত তাৰকাজনে মহোৎসৱস্থলীত নিৰ্মিত বক্সিং ৰিঙৰ পৰা উপস্থিত ৰাইজক সম্বোধন কৰে।

Apply Now
dwijing festival assam
দৈজিঙ মহোৎসৱৰ মঞ্চত স্থানীয় শিল্পীৰ বাগৰুম্বা।

খালিৰ অনুষ্ঠানৰ পিছতে কিছুসময় পিছতে সন্ধিয়া ৫:৩০ বজাৰ পৰা আৰম্ভ হৈছে বলিউদি সংগীত পৰিচালক তথা গায়ক হিমেশ ৰেশমিয়াৰ সংগীতানুষ্ঠান। ৰেশমিয়াৰ অনুষ্ঠান হ’ব ডেৰ ঘণ্টাজোৰা।

dwijing festival assam
দৈজিং মহোৎসৱৰ প’স্তাৰ।

হিমেশৰ অনুষ্ঠানৰ পিছতে স্বেতা পণ্ডিত (৭:৩০ বজা), ভূমি ত্ৰিবেদী (৯ বজা) আৰু নীৰজ শ্ৰীধৰৰ বম্বে’ ভাইকিঙে ৰাতি ১০ বজাত সংগীত অনুষ্ঠান পৰিৱেশন কৰিব।

লগতে পঢ়ক– দৈজিং মহোৎসৱৰ বিষয়ে

টি ভি ৰিয়েলিটি শ্ব’ চুপাৰ দান্সাৰ চেপ্তাৰ ২ বিজয়ী যোৰহাটৰ ১২ বছৰীয়া বিশাল শৰ্মাই মহোৎসৱৰ মঞ্চত সন্ধিয়া ৭ বজাত নৃত্য পৰিৱেশন কৰিব।

মহোৎসৱৰ মঞ্চত ধাৰাৱাহিকভাৱে চলি আছে স্থানীয় শিল্পীৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে পৰম্পৰাগত নৃত্য-গীত।

এইবাৰ তৃতীয় বৰ্ষত ভৰি দিয়া অসম পৰ্য্যটন আয়োজিত এই মহোৎসৱখনত ইতিমধ্যে দেশ বিদেশৰ বহু পৰ্য্যটক অহা পৰিলক্ষিত হৈছে। উৎসৱস্থলীত থলুৱা বিভিন্ন পৰম্পৰাগত খাদ্য, বস্ত্ৰ আদিৰ উপৰি পৰ্য্যটকৰ আকৰ্ষণৰ বাবে কেম্প আৱাস, এদভেন্সাৰ স্প’ৰ্টছ আদিৰো ব্যৱস্থা কৰা হৈছে।

অহা ৭ জানুৱাৰিলৈকে চলিব লগা এই মহোৎসৱখনত শুকুৰবাৰে জনপ্ৰিয় গায়ক কে’লাশ খেৰৰ কে’লাশা বেণ্ডে সংগীত পৰিৱেশন কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd