• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰেটাৰ গুৱাহাটী বেবী লীগ : দ্বিতীয় দিনত সম্পন্ন হ’ল ১৭খনকৈ গুৰুত্বপূৰ্ণ খেল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2018 8:33 pm
Guwahati- Baby League football (2)

ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত সপ্তাহৰ পৰা আৰম্ভ হোৱা গ্ৰেটাৰ গুৱাহাটী বেবী লীগৰ অনূৰ্ধ্ব ১১ আৰু অনূৰ্ধ্ব ১৩ শাখাৰ দ্বিতীয় দিনৰ খেলসমূহ ২৩ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়। দেওবাৰৰ দিনটোত অনূৰ্ধ্ব ১১ আৰু ১৩ শাখাত সৰ্বমুঠ ১৭ খন খেল অনুষ্ঠিত হয়।

অনূৰ্ধ্ব ১১ শাখাত জি টি চি ৰাইনোজে সৰুসজাই শ্বাৰ্কছক ৪-০ৰ ব্যৱধানত, ৰিংচাং ঈগলছে এ পি আৰ অ’ পাইথ’নছক ৩-০, সংস্কৃতি ৱাৰিয়ৰে এছ বি জি জেক ১-০, ৰেইনব’ এফ চিয়ে দিছপুৰ লায়নছক ২-০, এন এফ আৰ চিটাজে জি ৱাই এছ এফ চি চি বুলছক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে সৰুসজাই হকছ আৰু পীগেছাছ এফ চিৰ খেলখন ১-১ ত ড্ৰ’ হয়।

Apply Now

আনহাতে অনূৰ্ধ্ব ১৩ শাখাত পীগেছাছ এফ চিয়ে এন এফ আৰ চিটাজক ১-০, সৰুসজাই হকছে ৰিংচাং ঈগলছক ২-১, এজি লিঅ’পাৰ্ডছে সংস্কৃতি ৱাৰিয়ৰ্ছক ৩-০, এ পি আৰ অ’ পাইথ’নছে সৰুসজাই শ্বাৰ্কছক ৪-০, থলুৱা পেন্থাৰ্ছে এছ বি জি জেক ৫-১, জি ৱাই এছ এফ চি চিয়ে এছগাৰ্ড এফ চিক ১-০, জি টি চি ৰাইন’জে ৰুৰেল ছ’কাৰ ক্লাৱক ৬-০ আৰু এ আৰ এফ চিয়ে জি টি চি পেন্থাৰ্ছক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

ইফালে গ’লশুন্যভাৱে ড্ৰ’ হয় লুটুমা ষ্টেগছ বনাম ৰেইনব’ এফ চি, ইণ্টাৰনেশ্যনেল ৰাইডাৰ্ছ বনাম দিছপুৰ লায়নছ আৰু জি ৱাই এছ এফ চি চি বনাম এন এফ আৰ ক্ৰ’জৰ মেচকেইখন।

উল্লেখ্য যে ৰাজ্যৰ প্ৰথমখন পূৰ্ণাংগ যুৱ ফুটবল লীগৰ আয়োজন কৰিছে স্প’ৰ্টছক্ৰাফ্ট মেনেজমেণ্টে। ভৱিষ্যতৰ তাৰকা গঢ় দিয়া আৰু ফুটবলৰ পৰিৱেশ ৰচনাৰ দীৰ্ঘম্যাদী লক্ষ্যৰে মিজোৰাম আৰু মেঘালয়ৰ পিছত উত্তৰ-পূবৰ তৃতীয়খন ৰাজ্য হিচাপে অসমতো আৰম্ভ হৈছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ অভিলাষী প্ৰকল্প বেবী লীগৰ৷

এই লীগত সহযোগ কৰিছে গুৱাহাটী চিটী এফ চি (জি চি এফ চি) আৰু অসম ফুটবল সংস্থাই। এই লীগত চাৰিটা বয়সভিত্তিক গোটৰ (৬-৭/৮-৯/১০-১১/১২-১৩) খিতাপৰ বাবে মুঠ ৫৭টা দলে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু অংশগ্ৰহণ কৰিছে ৩৪০ গৰাকী শিশু খেলুৱৈয়ে।

ইয়াৰ উপৰি সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ নীতি-নিয়ম অনুসৰি চলা এই লীগত সহযোগ কৰিছে ডেকাথল্‌ন, ইগুৱা পেকেজ্‌ড ৱাটাৰ, ছানভেলী হাস্পতাল আৰু চেম্পিয়ন্স ফুড ক’ৰ্টে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd