• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক কৰ্মসূচী প্ৰস্তুত কৰাৰ নিৰ্দেশ সেউজ ন্যায়াধিকৰণৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 12, 2018 10:41 am
NGT-Green-Tribunal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰদূষণক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিৰকৰণে। বৃহস্পতিবাৰে সেউজ ন্যায়াধিৰকৰণৰ মুখ্য ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেলৰ নেতৃত্বৰ এখন খণ্ড বিচাৰপীঠে ভয়াৱহভাৱে বৃদ্ধি পোৱা প্ৰদূষণ ৰোধৰ কৰিবলৈ ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিয়ে।

বিচাৰপীঠখনে লগতে অহা দুমাহৰ ভিতৰত প্ৰদূষণৰ সমস্যা কেনেদৰে সমাধান কৰিব সেই সন্দৰ্ভত প্ৰয়োজনীয় কৰ্মসূচী প্ৰস্তুত কৰি ন্যায়ালয়ত দাখিল কৰাৰ বাবে বাবেও নিৰ্দেশ দিয়ে।

Apply Now

উল্লেখযোগ্য যে দেশৰ দ্ৰুতগতিত প্ৰদূষিত ১২০খন চহৰৰ তালিকাত অসমৰো পাঁচখন চহৰৰ নাম অন্তৰ্ভুক্ত হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য মতে, ২০১৭ চনৰ বাৰ্ষিক গড় হিচাপত গুৱাহাটীত প্ৰতি ঘনমিটাৰত পি এম ১০১ আৰু মাত্ৰা হৈছে ১০৬ মাইক্ৰ’গ্ৰাম। কিন্তু আন্তৰ্জাতিক মান অনুসৰি গুৱাহাটীৰ দৰে এখন চহৰত পি এম ১০১ আৰু মাত্ৰা হ’ব লাগে ৫০ মাইক্ৰ’গ্ৰাম।

এনে তথ্যই স্বাভাৱিকতে গুৱাহাটীৰ বায়ু কিমান অধিক প্ৰদূষিত হৈ পৰিছে সেয়া স্পষ্ট কৰি তোলে। গুৱাহাটীৰ ভিতৰত সৰ্বাধিক প্ৰদূষিত এলেকা হিচাপে চিহ্নিত হৈছে  গোপীনাথ নগৰস্থিত আই টি আই বিল্ডিং অঞ্চলটো। ইয়াত পি এম ১০১ হোৱাৰ বিপৰীতে মাত্ৰা হৈছে ১২৩ মাইক্ৰ’গ্ৰাম।

আনহাতে, মহানগৰখনৰ বামুণীমৈদামৰ প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগৰ মুখ্য কাৰ্যালয় থকা অঞ্চলটোত পি এম ১০১  আৰু মাত্ৰা হৈছে ১১৬ মাইক্ৰ’গ্ৰাম। একেদৰে খানাপাৰা চেণ্ট্ৰেল ডায়েৰী আৰু শান্তিপুৰৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয় থকা অঞ্চলত পি এম ১০১ আৰু মাত্ৰাও পোৱা গৈছে ১০১ মাইক্ৰ’গ্ৰামকৈ।

এই তথ্য অনুসৰি গুৱাহাটীৰ ভিতৰত আটাইতকৈ কম প্ৰদূষিত অঞ্চল হিচাপে বিবেচিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অঞ্চলটো। এই অঞ্চলত বায়ুত থকা এম ১০১ আৰু মাত্ৰা হৈছে ৯৪ মাইক্ৰ’গ্ৰাম।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে দেশৰ বিভিন্ন প্ৰান্তত দ্ৰুতগতিত বৃদ্ধি পোৱা প্ৰদূষণে ভৱিষ্যতে সৃষ্টি কৰিব পৰা বিপদ সম্পৰ্কে সতৰ্ক কৰি দিয়াৰ লগতে সংশ্লিষ্ট ৰাজ্যসমূহক এইক্ষেত্ৰত সক্ৰিয়াভাৱে আগবাঢ়ি অহাৰ পোষকতা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd