• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই চি চিৰ নতুন অধ্যক্ষ ৰূপে নিৰ্বাচিত নিউজিলেণ্ডৰ গ্ৰেগ বাৰ্কলে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 25, 2020 9:40 am

1 min read

আই চি চিৰ নতুন অধ্যক্ষ ৰূপে নিৰ্বাচিত নিউজিলেণ্ডৰ গ্ৰেগ বাৰ্কলে
866
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ নতুন অধ্যক্ষ ৰূপে নিৰ্বাচিত হৈছে নিউজিলেণ্ডৰ গ্ৰেগ বাৰ্কলে।

দ্বিতীয় ৰাউণ্ডৰ ভোটিঙৰ পাছত বাৰ্কলে নতুন আই চি চিৰ অধ্যক্ষ ৰূপে নিৰ্বাচিত হয়।

বাৰ্কলে ভাৰতৰ শশাংক মনোহৰৰ স্থানত স্থলাভিষিক্ত হ’ব।

অ’কলেণ্ডৰ অধিবক্তা গ্ৰেগ বাৰ্কলে ২০১২ চনৰ পৰা নিউজিলেণ্ড ক্ৰিকেট দলৰ নিৰ্দেশক হিচাপে কাম কৰি থকাৰ লগতে আই চি চিত নিউজিলেণ্ডৰ প্ৰতিনিধি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি আছে।

আই চি চিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে তেওঁ নিউজিলেণ্ড ক্ৰিকেটৰ দায়িত্বভাৰৰ পৰা অব্যাহতি গ্ৰহণ কৰে।

গ্ৰেগ বাৰ্কলে ২০১৫ চনৰ আই চি চি পুৰুষ বিশ্বকাপ সঞ্চালকৰ দায়িত্বতো আছিল।

‘‘আই চি চিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ’বলৈ পাই নিজকে ধন্য মানিছো। মই আই চি চিৰ সঞ্চালককে ধৰি সকলো বিষয়ববীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো,’’ আই চি চিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে গ্ৰেগে এইদৰে কয়।

Recent News

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd