• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিস্ফোৰক গ্ৰেগ চেপেল! ভাৰতীয় তৰুণ সকলৰ তুলনাত অষ্ট্ৰেলিয়ানবোৰ প্ৰাথমিক স্কুলৰ ছাত্ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 24, 2021 12:42 pm

2 min read

WhatsApp Image 2021-01-24 at 12.14.49 PM
230
VIEWS
Share on FacebookShare on Twitter

ইমানদিনে ভাৰতৰ ভ্ৰমণত টেষ্ট ছিৰিজ সহজতেই জিকি আহিছিল অষ্ট্ৰেলিয়াই। কিন্তু সেই দিন যেন উকলিল।

২০১৮-১৯ চনৰ পৰাই ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণে নতুন দিনৰ ইংগিত বহন কৰিছে। চলিত ছিৰিজটোত অজিংকা ৰাহানেৰ নেতৃত্বৰ ভাৰতীয় তৰুণ ক্ৰিকেটাৰসকলে সাম্প্ৰতিক টেষ্ট ক্ৰিকেটৰ সমীকৰণেই সলনি কৰি দিছে।

অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতীয় তৰুণসকলে দপদপনিৰে যিদৰে ছিৰিজ দখল কৰিলে তাত অবাক হৈ পৰিছে অষ্ট্ৰেলিয়াৰ এসময়ৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ তথা প্ৰাক্তন ভাৰতীয় প্ৰশিক্ষক গ্ৰেগ চেপেল।

ভাৰতীয় তৰুণ ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শন দেখি চেপেলৰ মনত ধাৰণা হৈছে যে অষ্ট্ৰেলিয়াৰ তৰুণ ক্ৰিকেটাৰসকল এতিয়াও প্ৰাথমিক স্কুলৰ ছাত্ৰ।

চেপেলে অষ্ট্ৰেলিয়াক প্ৰতিভা বিচাৰি উলিওৱাৰ বাবে সঠিকভাৱে বিনিয়োগ কৰাৰ পৰামৰ্শ দিছে।

দেশখনৰ এখন সংবাদপত্ৰত চেপেলে লিখিছে,’’আমাৰ তৰুণসকল সপ্তাহৰ শেষৰ যোদ্ধা।  ভাৰতীয় ক্ৰিকেটাৰসকলক চাওক। ১৬ বছৰৰ অনুৰ্দ্ধৰ পৰাই তেওঁলোকে প্ৰতিযোগিতামূলক ক্ৰিকেটৰ প্ৰত্যাহ্বান গ্ৰহণকৰিবলৈ শিকিছে। যেতিয়া মানে তেওঁলোকে মূল একাদশত স্থান পায় তেতিয়ালৈকে অলৰাউণ্ড দক্ষতা ভালদৰেই আহৰণ কৰি নিজকে প্ৰস্তুত কৰি লৈছে। সেয়ে, ৰাষ্ট্ৰীয় দলত তেওঁলোকৰ সফলতাৰ হাৰ অধিক।‘’

উল্লেখ্য যে সদ্যসমাপ্ত ছিৰিজত অষ্ট্ৰেলিয়াই উইল পুকোভস্কি, গ্ৰীণ কেমেৰুণৰ দৰে কেইবাগৰাকীও নতুন ক্ৰিকেটাৰক সুযোগ দিছিল যদিও তেওঁলোকৰ প্ৰদৰ্শন তেনেদৰে উজলি উঠা দেখা নগ’ল।

চেপেলৰ মতে, ‘’লিখিবলৈ ভয় হৈছে। কিন্তু ভাৰতীয় দলৰ সৈতে অভিজ্ঞতাৰ তুলনাত পুকোভস্কি, গ্ৰীণ আদি এতিয়াও প্ৰাথমিক স্কুলৰ ছাত্ৰ।‘’

Recent News

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

index-12-750x376

অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা : তেজপুৰত বৃন্দাবন বাহিৰ; বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক প্ৰাৰ্থীত্ব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd