• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাশ্মীৰত চি আৰ পি এফৰ দলৰ ওপৰত সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণ; এগৰাকী জোৱান আঘাতপ্ৰাপ্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 18, 2020 6:01 pm

1 min read

কাশ্মীৰত চি আৰ পি এফৰ দলৰ ওপৰত সন্ত্ৰাসবাদীৰ গ্ৰেণেড আক্ৰমণ; এগৰাকী জোৱান আঘাতপ্ৰাপ্ত
300
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ ট্ৰাল চহৰত চি আৰ পি এফৰ টহলদাৰী গোটৰ ওপৰত সন্ত্ৰাসবাদীয়ে কৰা গ্ৰেণেড আক্ৰমণত এগৰাকী চি আৰ পি এফৰ জোৱান আঘাতপ্ৰাপ্ত হয়।

ট্ৰাল চহৰৰ নিৰাপত্তাৰ বাবে নিয়োজিত হৈ থকা চি আৰ পি এফৰ দল এটাৰ ওপৰত পূৰ্বৰে পৰা খাপ পিটি থকা সন্ত্ৰাসবাদীৰ দলে এই আক্ৰমণ সংঘটিত কৰে বুলি জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰে।

অচিনাক্ত সন্ত্ৰাসবাদীয়ে দিনৰ প্ৰায় ১১.৪৫ বজাত চি আৰ পি এফৰ ১৩৯ পহৰাদাৰী বেটেলিয়নৰ ওপৰত এই আক্ৰমণ সংঘটিত কৰে বুলি সেনাৰ সূত্ৰত প্ৰকাশ পায়।

আনহাতে, এই আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা চি আৰ পি এফৰ জোৱান গৰাকীক পুলৱামা জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু বৰ্তমান তেওঁৰ অৱস্থা সুস্থি বুলি জনিব পৰা গৈছে।

উল্লেখযোগ্য যে, বিগত মাহতো কাশ্মীৰত চি আৰ পি এফৰ দলৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰিছিল আৰু উক্ত আক্ৰমণত এগৰাকী চি আৰ পি এফৰ জোৱান শ্বহীদ হ’বলগীয়া হৈছিল।

নিৰাপত্তা বাহিনীয়েও কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে আৰু ভালেসংখ্যক সন্ত্ৰাসবাদীক নিহত কৰিবলৈ সক্ষম হৈছিল।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd