• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাৰ্বত্য ৰাজ্য দাবী পৰিষদৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ আহ্বান লাইচান ইংলেঙৰ

নংগি তেৰাং by নংগি তেৰাং
January 3, 2019 8:28 pm
HSDC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফেচীবাদী বিজেপিক পৰাজিত কৰিবলৈ আৰু পৰিৱৰ্তনৰ বাবে পাৰ্বত্য ৰাজ্য দাবী পৰিষদৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ পৰিষদৰ সাধাৰণ সম্পাদক লাইচান ইংলেঙে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ ৯খন চহৰৰ ভোটাৰসকললৈ আৱেদন জনাইছে।

আজি ৩ ডিচেম্বৰ বৃহস্পতিবাৰে পাৰ্বত্য ৰাজ্য দাবী পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত ৯খন টাউন কমিটীৰ ভোটাৰসকললৈ আৱোদন জনাই পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে এইদৰে কয়, ‘‘ফেচীবাদী বিজেপিক পৰাজিত কৰিবলৈ আৰু পাৰ্বত্য ৰাজ্য গঠনৰ হকে চলি থকা আন্দোলনক শক্তিশালী কৰিবলৈ জাতি, ধৰ্ম, সম্প্ৰদায় নিৰ্বিশেষে ৯খন চহৰৰ ভোটাৰসকলে আগন্তুক টাউন কমিটীৰ নিৰ্বাচনত পাৰ্বত্য ৰাজ্য দাবী পৰিষদৰ প্ৰাৰ্থীগৰাকীৰ হকে ভোটদান কৰক।

Apply Now

”আমি স্পষ্ট কৰি দিছোঁ যে বিগত এমএচি নিৰ্বাচনৰ সময়ত বিজেপিয়ে ইয়াৰ নিৰ্বাচনী ইস্তাহাৰত ৰাজ্য গঠনৰ বিষয়টোক প্ৰথমতে ৰাখিছিল। কিন্তু আজিকোপতি ইয়াক বলৱৎ কৰা হোৱা নাই। ৯খন টাউন কমিটীৰ কোনো সদস্যই দৰমহা লাভ কৰা নাই।” ইংলেঙে কয়।

তেওঁ আৰু কৈছে যে তুলিৰাম ৰংহাঙৰ নেতৃত্বত ২০১৬ চন তনিৰ্বাচিত আটাই কেইগৰাকী কেইগৰাকী কংগ্ৰেছ  কাৰ্যবাহী সদস্য (CEM) আৰু স্বায়ত্ব শাসিত পৰিষদৰ সদস্যই (MAC) বিজেপিত যোগ দিছিল। ড০ ৰংপিয়ে কংগ্ৰেছত যোগ দিয়াৰ ফলতো পৰিষদত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল।

কাৰ্বি নিমছো চিংথুৰ আছোঙৰ (KNCA) সাধাৰণ সম্পাদক প্ৰতিমা ইংঘিপিয়ে কৈছে যে কাৰ্বি নিমছো চিংথুৰ আছোঙে টাউন কমিটীৰ নিৰ্বাচনত পাৰ্বত্য ৰাজ্য দাবী পৰিষদক সমৰ্থন জনাব।

বৰদিন, কাৰ্বিসকলৰ পাৰম্পৰিক নৱবৰ্ষৰ উৎসৱ ৰংকাৰ, ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ কথা বিৱেচনা নকৰাকৈ খৰধৰকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেও পাৰ্বত্য ৰাজ্য দাবী পৰিষদে বিজেপিক সমালোচনা কৰে।

নংগি তেৰাং

নংগি তেৰাং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm
উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: নতুন শ্ৰম আইনত প্ৰযোজ্য নহ’ব ‘উদ্যোগ’ৰ পুৰণি সংজ্ঞা

August 20, 2026 5:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd