• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অচিৰেই কাগজ-বিহীন হোৱাৰ পথত গুৱাহাটী বিশ্ববিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2018 3:18 pm
gauhati-university-photo-570x320
194
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয় কাগজ-বিহীন হোৱাৰ পথত আগবাঢ়িছে। বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই প্ৰকাশ কৰিছে যে বিশ্ববিদ্যালয়খনক কাগজ-বিহীন কৰি তোলাৰ প্ৰায় ৭৫ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। উপাচাৰ্যগৰাকীয়ে আশা প্ৰকাশ কৰিছে যে চলিত বৰ্ষৰ শেষৰ ফালে বাকী ২৫ শতাংশ কামো সম্পূৰ্ণ হৈ উঠিব আৰু অহা বছৰৰ পৰা বিশ্ববিদ্যালয়খন কাগজ-বিহীন হৈ উঠিব।

শেহতীয়াভাৱে বিশ্ববিদ্যালয়খনে বিশ্ববিদ্যালয়খনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়সমূহৰ আৱেদনপত্ৰ পূৰণ, পৰীক্ষা সম্পৰ্কীয় আদি কাম-কাজ অনলাইনযোগে সম্পন্ন কৰাৰ বাবে এটা ইণ্টিগ্ৰেটেড মেনেজমেণ্ট ছিষ্টেম আৰম্ভ কৰিছে।

উপাচাৰ্যগৰাকীয়ে আৰু জনাইছে যে নাকে প্ৰথমবাৰৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ক ‘এ’ গ্ৰেড প্ৰদান কৰিছে। বিশ্ববিদ্যালয়ে এটা পৰামৰ্শ প্ৰদান সেৱা আৰম্ভ কৰাৰ বিষয়তো চিন্তা-চৰ্চা কৰিছে।

উপাচাৰ্য হাজৰিকাই আৰু কৈয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসৰ সাম্ভাব্য সকলো দিশতেই বৃদ্ধি কৰা হৈছে আৰু ইয়ে বিশ্বত ইয়াৰ অৱস্থিতি অনুভূত কৰাব।

নতুনকৈ নিৰ্মিত শৈক্ষিক ভৱন আৰু ‘ক্লজড কেম্পাছ’ৰ নিশ্চিতিৰ লগতে বিশ্ববিদ্যালয়খনে গৱেষকসকলৰ সুবিধাৰ বাবে এটা স্কেনিং ইলেক্ট্ৰন মাইক্ৰস্ক’প (SEM) লাভ কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ পৰিসৰৰ বিশ্ববিদ্যালয়ৰ পৰা আৰু অধিক শৈক্ষিক পৰিৱেশ আশা কৰা হয়। শেহতীয়াভাৱে বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিয়োগ সম্পৰ্কত কেতবোৰ বিতৰ্কৰ সূচনা হৈছে আৰু ফলত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক লক্ষ্য বিচ্যুত হৈ পৰাৰ লগতে বিকাশৰ নিৰৱচ্ছিন্ন সোঁতটোত বাধা পৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd