• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাট জিলাৰ অভিভাৱক সচিব অনুৰাগ গোৱেলৰ জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
August 8, 2021 2:22 pm
IMG-20210807-WA0008

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাৰ অভিভাৱক সচিব তথা স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে শনিবাৰে উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

তেওঁ কৃষি, পশুপালন আৰু পশুচিকিৎসা, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰ, মীন, জলসিঞ্চন, স্বাস্থ্য, লোকনিৰ্মাণ, আবকাৰী, সমাজ কল্যান, কৰ, পৰিবহন আৰু জলসম্পদকে ধৰি প্ৰায় প্ৰতিটো বিভাগৰে কাম-কাজ আৰু বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়।

Apply Now

অভিভাৱক সচিবগৰাকীয়ে বিভাগসমূহে আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা আৰু অভাৱসমূহৰ বুজ লৈ কয় যে সমস্যাসমূহ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব যাতে প্ৰতিখন আঁচনি সফল আৰু আসোঁৱাহমুক্তভাৱে ৰূপায়ন কৰিব পৰা যায় ।

তেওঁ আঁচনিসমূহৰ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত বিভাগসমূহক প্ৰাৰম্ভিক পৰ্যায়তে সতৰ্ক আৰু সজাগ হ’বলৈ নিৰ্দেশ দিয়ে।

তেওঁ জিলাখনৰ ক’ভিড পৰিস্থিতিৰো পৰ্যালোচনা কৰে। সচিবগৰাকীয়ে গোলাঘাট জিলাৰ ক’ভিড পৰিস্থিতি উন্নত হোৱা বিষয়টোত সন্তুষ্টি প্ৰকাশ কৰে।

তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগক বিশেষভাৱে গুৰুত্ব দিছে। সচিবগৰাকীয়ে অগ্ৰাধিকাৰ ভিত্তিত ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

আনহাতে, জাপানীজ এনকেফেলাইটিছৰ সম্ভাব্য সংক্ৰমণ ৰোধ কৰাৰ বাবে  গাহৰিৰ পৰা ব্যৱধান ৰক্ষা কৰা সন্দৰ্ভত সজাগতা সৃষ্টি কৰাতো তেওঁ গুৰুত্ব আৰোপ কৰে।

সচিবগৰাকীয়ে এম জি এনেৰেগাৰ কামৰ পৰ্যালোচনা কৰি এইক্ষেত্ৰত বিভাগসমূহৰ সৈতে সমন্বয়েৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে।

তেওঁ কয় যে প্ৰতিটো বিভাগে সমন্বয়েৰে কাম কৰিলেহে জিলাখনৰ সৰ্বাংগীন উন্নতি সম্ভৱ হ’ব। সচিবগৰাকীয়ে লগতে জল জীৱন অভিযানৰ কাম-কাজৰো পৰ্যালোচনা কৰে। তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগক জল জীৱন অভিযানৰ কামসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

তিনিটা পৰ্যায়ত অনুষ্ঠিত আজিৰ বৈঠকত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্তসকল, বোকাখাত আৰু ধনশিৰী মহকুমাৰ মহকুমাধিপতি আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত আছিল।

মীনাক্ষী ফুকন

মীনাক্ষী ফুকন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 11:48 am
আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd